জেক কেৰুয়াক |
---|
জ্যাক কেৰুয়াক (টম পালুম্বই তোলা ছবি, ১৯৫৬) |
জন্ম |
জিন লুইছ কেৰুয়াক[1] ১২ মাৰ্চ, ১৯২২ ল'ৱেল, মাচাচুচেট্ছ্, আমেৰিকা যুক্তৰাষ্ট্ৰ |
---|
মৃত্যু |
২১ অক্টোবৰ, ১৯৬৯ (৪৭ বছৰ) ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
---|
পেচা |
ঔপন্যাসিক, কবি, চিত্ৰশিল্পী |
---|
ৰাষ্ট্ৰীয়তা |
আমেৰিকান |
---|
ধৰণ |
বিট কবিসকল |
---|
সাহিত্যিক বিপ্লৱ |
বিট |
---|
উল্লেখনীয় কৰ্মৰাজি |
On the Road The Dharma Bums Big Sur |
---|
- হেনৰী মিলাৰ, থমাছ ৱ'ল্ফ, ফ্ৰয়ডৰ ডষ্টভস্কী, মাৰ্চেল প্ৰুষ্ট, জেক লণ্ডন, জেম্ছ জয়চ, নীল কেচেডী, ৱাল্ট হ্ৱিটমেন, চাৰ্লি পাৰ্কাৰ, আৰ্থাৰ ৰিমব'ড, হাৰ্ট ক্ৰে'ন, আৰ্নেষ্ট হেমিংৱে, ৱিলিয়াম বাৰ'জ, গেৰী চিন্দাৰ
|
- থ'মাছ পিনছন, টম ৰবিন্ছ, ৰিচাৰ্ড ব্ৰ'টিগেন], কেন কেচী, ৰাচেল বেঙ্ক্ছ, জয়চ জনচন, জিম ম'ৰিছন, ৰয় হাৰ্পাৰ, জন লেনেন, বব ডিলান, টম ৱ'ল্ফ, টম ৱেইট্ছ, জেৰী গাৰ্চিয়া, হাৰুকি মুৰাকামী, বেন গিবাৰ্ড, ৱিল ক্লাৰ্ক
|
|
স্বাক্ষৰ |
|
জেক কেৰুয়াক (ইংৰাজী: Jack Kerouac) আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।
- অন দি ৰ'ড
- ডক্টৰ চাক্স
- দি ধৰ্মা বাম্ছ
- মেসিকো চিটি ব্লুজ
- দি চাবটেৰানিয়ান্স
- ডেজোলেচন এঞ্জেল্ছ
- ভিজন্ছ অফ ক'ডি
- বিগ সুৰ
- চাৰ্লস মেকগ্ৰাথ: এনাদাৰ চাইড অফ কেৰুয়াক ( ২০০৯ )
- জেৰল্ড নিকোচিয়া: এ ক্ৰিটিকাল বায়োগ্ৰাফি অফ জ্যাক কেৰুয়াক ( ১৯৮৩ )