জেন অষ্টিন |
---|
 |
জন্ম |
১৬ ডিচেম্বৰ, ১৭৭৫ ষ্টিভেনটন ৰেক্টৰী, হেম্পশ্বায়াৰ, ইংলেণ্ড |
---|
মৃত্যু |
১৮ জুলাই, ১৮১৭ (৪১ বছৰ) ৱিনচেষ্টাৰ], হেম্পশ্বায়াৰ, ইংলেণ্ড |
---|
সমাধিস্থল |
ৱিনচেষ্টাৰ কেথেড্ৰেল, হেম্পশ্বায়াৰ, ইংলেণ্ড |
---|
শিক্ষা |
ৰিডিং এবি গাৰ্লছ স্কুল |
---|
সময় |
১৭৮৭-১৮১৭ |
---|
|
স্বাক্ষৰ |
 |
জেন অষ্টিন (ইংৰাজী: Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।
- ১৭৭৫ চনৰ ১৬ ডিচেম্বৰত হেম্পশ্বায়াৰৰ ষ্টিঙেনটনত জেন অষ্টিনৰ জন্ম হয়।
- ১৭৪৩ চনত এন কাউলীয়ে অষ্টিন আৰু তেওঁৰ ভগ্নী কেচান্দ্ৰাক শিক্ষা গ্ৰহণৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ পঠাইছিল।
- Sense and Sensibility (১৮১১)
- Pride and Prejudice (১৮১৩)
- Mansfield Park (১৮১৪)
- Emma (১৮১৫)
- Northanger Abbey (১৮১৮, মৰণোত্তৰভাৱে)
- Persuasion (১৮১৮, মৰণোত্তৰভাৱে)
- Lady Susan (১৮৭১, মৰণোত্তৰভাৱে)
- দ্য ৱাটছনছ
- চেণ্ডিটন
- ১৮১৭ চনৰ ১৮ জুলাইত তেখেতৰ মৃত্যু হয়।
|
---|
সাধাৰণ | |
---|
ৰাষ্ট্ৰীয় পুথিভঁৰাল | |
---|
কলা গৱেষণা প্ৰতিষ্ঠান | |
---|
বৈজ্ঞানিক ডাটাবেচ | |
---|
অন্যান্য | |
---|