জেমছ কুক


কেপ্টেইন জেমছ কুক
জন্ম ৭ নৱেম্বৰ (কিছুমান সূত্ৰ মতে ২৭ অক্টোবৰ), ১৭২৮
মাৰ্টন (বৰ্তমানৰ মিডলব'ৰ'), য়ৰ্কশ্বায়াৰ, ইংলেণ্ড
মৃত্যু ১৪ ফেব্ৰুৱাৰী, ১৭৭৯ (৫০ বছৰ)
কিলাকেকোৱা বে, হাৱায়, আমেৰিকা যুক্তৰাষ্ট্ৰ
স্বাক্ষৰ

কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল। অষ্ট্ৰেলিয়াৰ পূৱ পাৰ আৰু হাৱায় দ্বীপ ভ্ৰমণ কৰা তেওঁ প্ৰথম ইউৰোপীয় আৰু নিউজীলেণ্ডৰ সমগ্ৰ ভুমিখণ্ডৰ কাষেদি ভ্ৰমণৰ সাক্ষী বহন কৰাও প্ৰথমজন লোক।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]