জৌনা মুৰ্মু | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||
সম্পূৰ্ণ নাম | জৌনা মুৰ্মু | |||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ![]() | |||||||||||||||||||||||||||
জন্ম | আগষ্ট ১৬ , ১৯৯০ (৩৪ বছৰ) ময়ুৰভঞ্জ, ওড়িশা, ভাৰত | |||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||
ক্ৰীড়া | দৌৰবিদ (স্প্ৰিণ্টাৰ, হাৰ্ডলাৰ) | |||||||||||||||||||||||||||
শিতান | ৪০০ মিটাৰ, ৪০০ মিটাৰ হাৰ্ডলছ | |||||||||||||||||||||||||||
পদক অভিলেখ
|
'জৌনা মুৰ্মু (ইংৰাজী: Juuna Murmu; জন্ম: ১৬ আগষ্ট ১৯৯০) ওড়িশাৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট দৌৰবিদ আৰু হাৰ্ডলাৰ. তেওঁ ৪০০ মিটাৰ আৰু ৪০০ মিটাৰ হাৰ্ডলছত বিশেষজ্ঞ। তেওঁৰ ঘৰ ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ অন্তৰ্গত ৷ তেওঁ অৰুণ কুমাৰ দাস আৰু সুবাস চন্দ্ৰ দাসমোহাপাত্ৰৰ পৰা প্ৰশিক্ষকতা লাভ কৰিছে।[1][2] বৰ্তমান তেওঁ অ’এনজিচিৰ সৈতে কৰ্মৰত।
তেওঁৰ একাধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কৃতিত্ব আছে।
ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ৪০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰে, ২০১০ চনৰ ৬ আগষ্টত পঞ্জাৱৰ পাটিয়ালাত ৫২.৭৮ ছেকেণ্ডত।
২০১১ চনৰ ২৫ মে’ত প্ৰতিযোগিতাৰ বাহিৰৰ পৰীক্ষাত মুৰ্মুৰ এনাবলিক ষ্টেৰইড মেথাণ্ডিয়েনন পজিটিভ পোৱা গৈছিল আৰু তাৰ পিছত তেওঁৰ ওপৰত দুবছৰৰ বাবে ড’পিং নিষেধাজ্ঞা জাৰি কৰা হৈছিল।[4][5][6]