এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
জ্যোতিকা টাংগ্ৰী | |
---|---|
জন্মৰ নাম | জ্যোতিকা টাংগ্ৰী |
মূল | ভাৰতীয় |
সংগীতৰ প্ৰকাৰ | বলীউড |
পেচা | কণ্ঠশিল্পী |
জ্যোতিকা টাংগ্ৰী (ইংৰাজী: Jyotica Tangri) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হাফ গাৰ্লফ্ৰেণ্ডৰ “ফিৰ ভি তুমকো চাহুংগী” গীতৰ জৰিয়তে আত্মপ্ৰকাশ কৰে৷ তেওঁৰ সংস্কৰণটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যদিও তেওঁ কণ্ঠদান কৰা গীতটো শ্ৰদ্ধা কাপুৰৰ সংস্কৰণটিত জনপ্ৰিয় হৈছিল। তেওঁ বহন হোগী তেৰী (২০১৭), শাদী মে জৰুৰ আনা (২০১৭) আৰু ফুকৰে ৰিটাৰ্ণছৰ দৰে চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে পদাৰ্পণ কৰিছে। তেওঁ ২০১৮ চনত শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ জি চিনে বঁটা লাভ কৰে৷
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | চলচ্চিত্ৰ | গীত | সহ-শিল্পী | প্ৰণেতা | গীতৰ কথা |
২০১৭ | Zee Music Originals | Sanu Nehar Wale Pul Te Bulake | Solo | Amjad Nadeem | Amjad Nadeem |
Popular Festive Song (92.7 Big FM) | Mera Laung Gawacha | Solo | Sandeep Batraa | Manish Shukla | |
Hey Girl | Hey Girl | Aditya Narayan | Arian Romal | Viruss | |
Bahon Mein Chale Aao | Bahon Mein Chale Aao Cover Version | Solo | Mika Singh, Ravi Pawar, R.D. Burman | Majrooh Sultanpuri | |
T-Series | Sundowner | Avi J | Showkidd | Dhruv Yogi | |
২০১৮ | Tere Bina | Tere Bina | Sushant Sharma (Rinkoo) | Sushant-Shankar | Jaani |
Zee Music Originals | Maahi Ve Teri Akhiyaan | Raghav Sachar | Rohit Sharma | ||
Tere Naal Rehna | Jeet Gannguli | Kumaar | |||
Mahiya Ve Mahiya | Solo | Jaidev Kumar | Sonu Saggu | ||
Kuch Nahi | Ajay Jaiswal | Shekhar Astitwa | |||
Zero to Infinity | Woh Chori | Raftaar | |||
Gori Ghani | Gori Ghani | Fazilpuria | Rossh | ||
Sapno Ke Kaise | Sapno Ke Kaise | Solo | Ajay Jaiswal | Shekhar Astitwa | |
Viaah | Viaah | Honey Anttal | Music Empire | Honey Anttal | |
২০১৯ | Zee Music Originals | Solo | Paani Tera Rang | Amjad Nadeem Aamir | Pawan Kumar & Amjad Nadeem |
Patola Lagdi | Patola Lagdi | Kaptan Laadi and RDK | Kaptan Laadi and Noddy | ||
Zee Music Originals | Unglich Ring Daal De | Chirantan Bhatt | Manoj Yadav | ||
Dancing Doll | Dancing Doll | Rap by CA Rudra | Sandeep Saxena | Jaggi Singh | |
Mere Aas Paas ft. Sonal Chauhan | Mere Aas Paas | Yasser Desai | Arghya & Sanjeev Chaturvedi | Sanjeev Chaturvedi | |
Zee Music Originals | Hor Pila | Solo | Ramji Gulati | Kumaar | |
Firefighters Bula Lo | Firefighters Bula Lo | Olivia Malhotra ft. Arnie B | Arnie B | ISR(Inder Singh Randhawa) | |
২০২০ | Zee Music Originals | Tu Bhi Royega | Solo | Vivek Kar | Kumaar |
২০২০ | Musiway - GFP | Taake Naina | Ankit Tiwari | Abhishek - Amol | Abhishek Talented |
বৰ্ষ | শ্ব’ | চৰিত্ৰ | চেনেল |
২০১৫ | দ্য ভইছ চিজন ৱান | কণ্টেষ্টেন | এণ্ড টিভি |
২০১৬ | চা ৰে গা মা পা | কণ্টেষ্টেন | জী টিভি |
২০১৯ | চুপাৰষ্টাৰ চিংগাৰ | মেনট’ৰ/কেপ্টেইন | চনী টেলিভিচন এণ্টাৰটেইনমেণ্ট |
বৰ্ষ' | বঁটা | গীত | চলচ্চিত্ৰ | ফলাফল |
২০১৮ | জী চিনে এৱাৰ্ড ফৰ বেষ্ট ফিমেল প্লেবেক চিংগাৰ | "পালো লাটকে" | চাদি মে জৰুৰ আনা | বিজয়ী[1] |
স্ক্ৰীণ এৱাৰ্ড ফৰ বেষ্ট ফিমেল প্লেবেক চিংগাৰ | মনোনীত [2] |