![]() | এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
জৰ্জ কেণ্টাৰ | |
---|---|
জন্ম | ১৮৪৫ চনৰ ৩ মাৰ্চৰ ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গ |
মৃত্যু | ৰাছিয়াৰ ছেণ্ট |
ৰাষ্ট্ৰীয়তা | ৰাছিয়ান |
শিক্ষা | ডক্টৰেট ডিগ্ৰী |
জৰ্জ কেণ্টৰ(ইংৰাজী: George Cantor) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ । তেওঁ সংখ্যা তত্ত্বৰ ক্ষেত্ৰত যথেষ্ট নতুন কথা আবিষ্কাৰ কৰিছিল আৰু গণিতৰ এক নতুন শাখা হিচাপে "সংহতি তত্ত্ব" ৰ ভেটি নিৰ্মাণ কৰিছিল।[1]
১৮৪৫ চনৰ ৩ মাৰ্চত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত জৰ্জ কেন্টৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম জৰ্জ ৱাল্ডেমাৰ কেন্টৰ আৰু মাকৰ নাম মাৰিয়া আনা বোম।[2]
১৮৭৪ চনত সংহতি তত্ত্ব প্ৰখ্যাত বিষয়টোৰ উপৰত কাম কাজ কৰে আৰু সেই চনতে অন এ প্ৰপাৰ্টি অব দি কলেকছন অব অল ৰিয়েল এলজেব্ৰিক নাম্বাৰ্ছ গৱেষণা পত্ৰ প্ৰকাশ কৰে। ১৮৯১ চনত'ডায়েগনেল আৰ্গুমেন্ট'গৱেষণা পত্ৰ প্ৰকাশ কৰে।
১৯০৪ চনত ৰয়েল ছ'চাইটিয়ে তেওঁলোকৰ সৰ্বোচ্চ সন্মান "ছিলভেষ্টাৰ মেডেল" প্ৰদান কৰে।[3]
১৯১৮ চনৰ ৬ জানুৱাৰীত জাৰ্মান সাম্ৰাজ্যৰ ছাক্সনি প্ৰদেশিৰ হাল্লেত জৰ্জ কেণ্টৰৰ মৃত্যু হয়।[4]