টিলিকি কপৌ | |
---|---|
![]() | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Micropera |
প্ৰজাতি: | M. rostrata |
দ্বৈৰাশিক নামকৰণ | |
Micropera rostrata | |
সমাৰ্থক | |
|
টিলিকি কপৌ (বৈজ্ঞানিক নাম: Micropera rostrata) বা বিকড মাইক্ৰ'পেৰা (ইংৰাজী: Beaked micropera)[1] হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত[2], বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়।[2] এই অৰ্কিডবিধ হেমন্ত আৰু শীতকালৰ আৰম্ভণিতে ফুলে। ফুলবোৰ সাধাৰণতে বেঙুনীয়া ৰঙৰ[3] আৰু সুগন্ধি।[1] ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।