ডবকা
Doboka, Dobaka | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | নগাঁও জিলা |
উচ্চতা | ৬১ মিটাৰ (২০০ ফুট) |
জনসংখ্যা (2001)[1] | |
• মুঠ |
11,043 |
ডবকা (IPA: ˈdʌbəkə} (ইংৰাজী: Dabaka) অসমৰ নগাঁও জিলাত অৱস্থিত এখন ঠাই।
ভৌগোলিকভাৱে ডবকাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৬১ মিটাৰ। [2]
২০১১ চনৰ লোকপিয়ল অনুসৰি ডবকাৰ মুঠ জনসংখ্যা ১১,০৪৩ জন[1]। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। মুঠ জনসংখ্যাৰ ১৮% ছয় বছৰৰ অনুৰ্ধৰ। ডবকাৰ গড় সাক্ষৰতাৰ হাৰ ৫৮%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৪% আৰু ৫১%।
ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও জিলাৰ অন্যান্য অংশ আৰু ডিমাপুৰৰ সৈতে সংযোজিত হৈ আছে।