Type of site |
ৱেব ডেভেলপমেণ্ট প’ৰটেল |
---|---|
Available in | বহুভাষিক |
Owner | ৰেফচ্নেচ্ ডাটা |
Created by | ৰেফচ্নেচ্ ডাটা |
URL | www |
Commercial | ব্যৱসায়িক |
Registration | ইণ্টাৰনেট ফোৰাম |
Launched | ১৯৯৮ |
Current status | সক্ৰিয় |
ডব্লিউ থ্ৰী স্কুলচ্ (ইংৰাজী: W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi, চি++, C# আৰু জাভা.[2]
১৯৯৮ চনত নিৰ্মিত এই ডব্লিউ থ্ৰী স্কুলচ্ৰ নামটি লোৱা হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা। কিন্তু ই ৱৰ্ল্ড ৱাইড ৱেবৰ দ্বাৰা অনুমোদিত নহয়। এই ৱেবছাইটটো নৰৱেৰ 'ৰেফচ্নেচ্ ডাটা'ই চলায়।[3] ইয়াত চেষ্টা কৰিবলৈ দিয়া ডাটাসমূহ শিকাৰু তথা ন-শিকাৰুসকলে সহজে সম্পাদনা কৰিব পাৰে আৰু চেণ্ডবক্সত নিষ্পত্তি কৰিব পাৰে।