Tamil | |
---|---|
தமிழ் তামিল | |
![]() | |
উচ্চাৰণ | সাঁচ:IPA-ta; ⓘ |
থলুৱা অঞ্চল | ভাৰত শ্ৰীলংকা |
জাতীয়তা | তামিল মানুহ |
স্থানীয় ভাষিক |
৭৫.২ মিলিয়ন (2011–2015)[1][2] ৫.৯৬ মিলিয়ন[1] |
ভাষা পৰিয়াল |
দ্ৰাবিড়
|
পূৰ্বসূৰী |
পুৰণি তামিল
|
লিখন প্ৰণালী | Tamil (Brahmic) Tamil-Brahmi (historical) Grantha (historical) Vatteluttu (historical) Pallava (historical) Kolezhuthu (historical) Arwi (Abjad) Tamil Braille (Bharati) Latin script (informal) |
সংকেতিক ৰূপ |
Signed Tamil |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() ![]() ![]() ![]() |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
ভাষা সংকেত | |
ISO 639-1 | ta |
ISO 639-2 | tam |
ISO 639-3 | Either: tam – Modern Tamil oty – Old Tamil |
ভাষাতাত্বিক |
oty Old Tamil |
গ্লোটোলগ | tami1289 Modern Tamil[9]oldt1248 Old Tamil[10] |
লিংগোৱাস্ফেয়াৰ | 49-EBE-a |
![]() | |
তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে। সমগ্ৰ বিশ্বত প্ৰায় চাৰে সাত কোটি লোকে তামিল ভাষাত কথা পাতে।
তামিল বৰ্ণমালা আন ভাৰতীয় বৰ্ণমালাতকৈ পৃথক। প্ৰতিটো বৰ্গৰ বাবে মাত্ৰ এটাকৈ বৰ্ণ আছে। যেনে - ক বৰ্গৰ আখৰ ক, খ, গ, ঘ, ঙ লিখিবলৈ க ব্যৱহাৰ কৰা হয়।
অসমীয়া | তামিল |
---|---|
ক বৰ্গ | க |
চ বৰ্গ | ச |
ট বৰ্গ | ட |
ত বৰ্গ | த |
প বৰ্গ | ப |
ள-ळ, ழ-ऴ, ற-ऱ, ன-ऩ - এইবিলাক বৰ্ণ বুজাব পৰা সমাৰ্থক অসমীয়া বৰ্ণ নাই।
সাধাৰণ সংখ্যাৰ বাহিৰেও তামিল ভাষাত ১০, ১০০ আৰু ১০০০ৰ বাবে চিহ্ন আছে। দিন, মাহ, বছৰ, ডেবিট, ক্ৰেডিট, টকা আৰু সংখ্যাৰ বাবেও চিহ্ন উপস্থিত থাকে। তামিলত কেইবাটাও ঐতিহাসিক ভগ্নাংশ চিহ্নৰ মাধ্যমেৰে ব্যৱহাৰ কৰা হয়।
০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১০০ | ১০০০ |
---|---|---|---|---|---|---|---|---|---|---|---|---|
௦ | ௧ | ௨ | ௩ | ௪ | ௫ | ௬ | ௭ | ௮ | ௯ | ௰ | ௱ | ௲ |
|
|