তামিল ৱিকিপিডিয়া

Favicon of Wikipedia তামিল ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in তামিল
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL ta.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

তামিল ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তামিল সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৭০,৯৬২ টা প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৫ চনত তামিল ৱিকিপিডিয়াৰ ১,৭০,৯৬২টা প্ৰবন্ধ, ২,৪০,০০০ গৰাকী সম্পাদক, ৩২ গৰাকী প্ৰশাসক আৰু ৯,০২৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪১,৮১,০০০।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তামিল ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]