হিন্দু ধৰ্মত, দৈত্য (সংস্কৃত: दैत्य) হৈছে দানৱ আৰু অসুৰৰ এটা গোত্ৰ বা জাতি।
দৈত্যবোৰ দিতি আৰু ঋষি কাশ্যপৰ সন্তান আছিল। দেৱতাসকল তেওঁলোকৰ ভাতৃ আছিল। দেৱতাসকলক তেওঁলোকে ঈৰ্ষা কৰিছিল আৰু ফলস্বৰূপে তেওঁলোকৰ মাজত যুদ্ধ হৈছিল। মনুস্মৃতিত দেৱতাসকলক ভাল বুলি শ্ৰেণীবদ্ধ কৰা হৈছে, আনহাতে দৈত্যবোৰত দেৱতাতকৈ নিম্ন স্তৰত ৰখা হৈছে।[1]
ভাৰতীয় পৌৰাণিক কাহিনীত উল্লেখ কৰা কেইজনমান উল্লেখযোগ্য দৈত্যৰ নাম তলক দিয়া হ'ল: