দ্য আৰ্ট অফ ৱাৰ | |
---|---|
লেখক | ছুন চু |
দেশ | চীন |
ভাষা | চীনা ভাষা |
বিষয় | সামৰিক কৌশল |
প্ৰকাশ | পঞ্চদশ শতিকা |
দ্য আৰ্ট অফ ৱাৰ (চীনা: 孫子兵法 (সুঞ্চি বিংফা)) হৈছে চীনৰ এখন প্ৰাচীন সামৰিক গ্ৰন্থ। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত এইখন পুথি ৰচনা কৰা হৈছিল। ইয়াৰ লেখক ছুন চু। যুদ্ধৰ ক'লা বিষয়ক এইখন গ্ৰন্থ ১৩টা অধ্যায়ৰে গঠিত। সাধাৰণতে যুদ্ধ সম্পৰ্কীয় সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি গণ্য কৰা এই গ্ৰন্থখনে চীন আৰু এছিয়াৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।[1] ১৯১০ চনত লিয়নেল গিলছে এই গ্ৰন্থখন সম্পূৰ্ণৰূপে ইংৰাজীলৈ অনুবাদ কৰিছিল।[2]