এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
নানা পাটেকৰ | |
---|---|
![]() নানা পাটেকৰ (২০১২ চনত) | |
জন্ম | বিশ্বনাথ পাটেকৰ ১ জানুৱাৰী, ১৯৫১ (৭৪ বছৰ) মুৰুদ-জানজিৰা, কলবা, বোম্বাই, ভাৰত |
বাসগৃহ | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট |
পেচা | অভিনয়, লেখক, চলচ্চিত্ৰ নিৰ্মাতা |
সক্ৰিয় হৈ থকা সময় | ১৯৭৮–বৰ্তমান |
সংস্থা | নাম ফাউণ্ডেচন |
দাম্পত্যসঙ্গী | নীলকণ্ঠী পাটেকৰ |
পিতৃ-মাতৃ | দিনকৰ পাটেকৰ (পিতৃ) সঞ্জনাবাই পাটেকৰ (মাতৃ) |
সন্তান | মল্লাৰ পাটেকৰ |
বিশ্বনাথ পাটেকৰ (ইংৰাজী: Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।
ৰণবীৰ পুষ্প ৰচিত 'অগ্নি সাক্ষী' চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা নান পাটেকৰে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁ 'পৰিন্দা' (১৯৮৯) চলচ্চিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে নেচনেল ফিল্ম এৱাৰ্ড আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ 'অংগাৰ' (১৯৯২) চলচ্চিত্ৰত শ্ৰেষ্ঠ খলনায়কৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৯৫ চনত, তেওঁ ক্ৰান্তিবীৰ চলচ্চিত্ৰখনৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। অপহৰণ (২০০৫) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৭ চনত নাটসম্ৰাট চলচ্চিত্ৰত অভিনয় কৰা নানা পাটেকৰে ফিল্মফেয়াৰ মাৰাঠী বঁটা লাভ কৰে।[1]
ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পাটেকৰে ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
নানা পাটিকৰৰ জন্মসূত্ৰে নাম আছিল বিশ্বনাথ পাটেকাৰ। তেওঁৰ জন্ম হয় ১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাইগাড জিলাৰ মুৰুদ-জানজিৰাত।[2][3] তেওঁৰ পিতৃৰ নাম আছিল দিনকৰ পাটেকৰ আৰু মাক সঞ্জনাবাই পাটেকৰ। তেওঁ চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট, মুম্বাইৰ প্ৰাক্তন ছাত্ৰ আছিল।[4][5]
২৭ বছৰ বয়সত তেওঁৰ 'নীলকণ্ঠী পাটেকৰ'ৰ সৈতে বিবাহ হয় যদিও পিছত বিবাহ বিচ্ছেদ হয়। তেওঁৰ পুত্ৰৰ নাম মল্লাৰ পাটেকৰ। নানা পাটেকৰৰ বয়স ২৮ বছৰ হওঁতে হাৰ্ট এট্টেকৰ ফলত দেউতাকৰ মৃত্যু হয় আৰু পাটেকৰে তেওঁৰ প্ৰথম সন্তানটোক হেৰুৱায়। বৰ্তমান নানা পাটেকৰে নানা ৰাইফেল চুটিং অনুশীলন কৰে। তেওঁ জিভি মভলঙ্কৰ ৰাইফেল চুট প্ৰতিযোগিতাৰ বিজয়ীপ্ৰাপ্ত ব্যক্তি।
বছৰ | বঁটা | চলচ্চিত্ৰ | ফলাফল |
---|---|---|---|
| |||
১৯৯০ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | পৰিন্দা | বিজয়ী |
১৯৯৫ | শ্ৰেষ্ঠ অভিনেতা | ক্ৰান্তিবীৰ | বিজয়ী |
১৯৯৭ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | অগ্নি সাক্ষী | বিজয়ী |
| |||
১৯৮৯ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | অন্ধ যুদ্ধ | মনোনীত |
১৯৯০ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | পৰিন্দা | বিজয়ী |
১৯৯২ | শ্ৰেষ্ঠ খলনায়ক | অংগাৰ | বিজয়ী |
১৯৯৩ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | ৰাজু বন গয়া জেণ্টেলমেন | মনোনীত |
১৯৯৪ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | তিৰংগা | মনোনীত |
১৯৯৫ | শ্ৰেষ্ঠ অভিনেতা | ক্ৰান্তিবীৰ | বিজয়ী |
২০০৩ | শ্ৰেষ্ঠ খলনায়ক | শক্তি : দ্যা পৱাৰ | মনোনীত |
২০০৬ | শ্ৰেষ্ঠ খলনায়ক | অপহৰণ | বিজয়ী |
২০১১ | শ্ৰেষ্ঠ সহায়ক অভিনেতা | ৰাজনীতি | মনোনীত |
| |||
১৯৯৫ | ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা | ক্ৰান্তিবীৰ | বিজয়ী |
২০০৬ | ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ খলনায়ক | অপহৰণ | বিজয়ী |
| |||
২০১৫ | শ্ৰেষ্ঠ অভিনেতা | ড॰ প্ৰকাশ বাবা আমতে – দ্যা ৰিয়েল হিৰ’ | বিজয়ী[8] |
| |||
২০০৪ | শ্ৰেষ্ঠ অভিনেতা (হিন্দী) | অব তক ছপ্পন | বিজয়ী |
| |||
২০১৭ | জি চিন এৱাৰ্ডচ ফৰ বেষ্ট এক্ট’ৰ (মাৰাঠী) | নাটসম্ৰাট | বিজয়ী[9] |
| |||
২০১৮ | শ্ৰেষ্ঠ খলনায়ক – পুৰুষ | কালা | বিজয়ী[10] |
চন | ফিল্ম |
---|---|
১৯৯১ | প্ৰহৰ: দ্যা ফাইনেল এট্টেক |
![]() |
Denotes films that have not been released yet. |
চন | ফিল্ম | চৰিত্ৰ | নোট |
---|---|---|---|
1978 | Gaman | Vasu | |
1979 | Sinhasan | মাৰাঠী চলচ্চিত্ৰ | |
1980 | Bhalu | ||
1982 | Raghu Maina | ||
1983 | Savitri | ||
1984 | Aaj Ki Awaaz | Jagmohandas | |
1985 | Gad Jejuri Jejuri | মাৰাঠী চলচ্চিত্ৰ | |
1986 | Ankush | Ravindra Kelkar 'Ravi' | |
Lord Mountbatten: The Last Viceroy | Nathuram Godse | ||
Maaficha Sakshidar | Raghavendra | মাৰাঠী চলচ্চিত্ৰ based on Joshi-Abhyankar serial murders | |
Phansi Ka Phanda | Raghvendra | ||
1987 | Sutradhar | Kumar | |
Mohre | Abdul | ||
Andha Yudh | S.P. Suhas Dandekar | Nominated – Filmfare Best Supporting Actor Award | |
Pratighaat | Ex-Constable Karamveer | ||
Awam | Colonel Mustafa Ali Zahidi | ||
1988 | Trishagni | ||
Salaam Bombay! | Baba | ||
1990s | Jungle Book Shōnen Mowgli | Shere Khan (voice) | Hindi dub |
1990 | Parinda | Anna Seth | Won – National Film Award for Best Supporting Actor |
Thodasa Roomani Ho Jaayen | Natwarlal aka Dhrushtadyumna Padmanabh Prajapati Neelkant Dhumketu Barish Kar |
||
1991 | Prahaar: The Final Attack | Major Chauhan | Also director
Nominated – Filmfare Best Story Award |
Disha | Vasant D. Mandre | ||
Diksha | Koga Pandit | ||
1992 | Raju Ban Gaya Gentleman | Jai | Nominated – Filmfare Best Supporting Actor Award |
Angaar | Majid Khan | Won – Filmfare Best Villain Award
Won – Bengal Film Journalists' Association – Best Supporting Actor (Hindi) | |
1993 | Tirangaa | Shivajirao Wagle | Nominated – Filmfare Best Supporting Actor Award |
1994 | Krantiveer | Pratap Narayan Tilak | Won – National Film Award for Best Actor |
Abhay | Ghost | ||
1995 | Hum Dono | Vishal Saigal | |
1996 | Agni Sakshi | Won – National Film Award for Best Supporting Actor | |
Khamoshi: The Musical | Joseph Braganza | ||
1997 | Ghulam-E-Mustafa | Ghulam-E-Mustafa | |
Yeshwant | Yeshwant Lohar | ||
1998 | Yugpurush | Anirudh | |
Wajood | Malhar Gopaldas Agnihotri/Col. Latti | ||
1999 | Hu Tu Tu | Bhau | |
Kohram | Maj. Ajit Arya | ||
2000 | Gang | Abdul | |
Tarkieb | CBI Inspector Jasraj Patel | ||
2002 | Vadh | Dr. Arjun Singh | |
Shakti: The Power | Narasimha | Nominated – Filmfare Best Villain Award | |
2003 | Bhoot | Inspector Liyaqat Qureshi | |
Darna Mana Hai | John Rodrigues | ||
Aanch | Mahadev | ||
2004 | Ab Tak Chhappan | Inspector Sadhu Agashe | Won – Bengal Film Journalists' Association - Best Actor Award (Hindi) |
2005 | Apaharan | Tabrez Alam | Won – Filmfare Best Villain Award |
Pak Pak Pakaak | Bhutya | Marathi film | |
Bluffmaster! | Chandru Parekh | ||
2006 | Taxi No. 9211 | Raghav Shastri | |
2007 | Hattrick | Doctor | |
Dus Kahaniyaan | Man carrying balloons for dead wife in the story "Gubbare" | ||
Welcome | Don Uday Shetty | ||
Yatra | Dasrath Joglekar | ||
The Pool | Bungalow Owner | ||
2008 | Ek: The Power of One | CBI Officer Rane | |
Bommalattam | Film Director | তামিল চলচ্চিত্ৰ | |
2009 | Horn 'Ok' Pleassss | Govinda | Vadh |
2010 | Paathshaala | Principal Aditya Sahay | |
Raajneeti | Brij Gopal | Nominated – Filmfare Best Supporting Actor Award
Nominated – Zee Cine Awards Best Supporting Actor Award | |
Tum Milo Toh Sahi | Subramanium | ||
Yaksha | Police Officer | কানাড়া চলচ্চিত্ৰ | |
2011 | Shagird | Hanumant Singh | |
Deool | Bhau Galande | মাৰাঠী চলচ্চিত্ৰ | |
2012 | Kamaal Dhamaal Malamaal | Kallu | |
2013 | The Attacks of 26/11 | Rakesh Maria, Joint Commissioner of Police (Crime)[11][12] | |
It's My Life | Businessman | ||
Hungame Pe Hungama | Jigar Bhandan | ||
2014 | Dr. Prakash Baba Amte: The Real Hero | Dr. Prakash Amte | মাৰাঠী চলচ্চিত্ৰ |
Yashwantrao Chavan– Bakhar Eka Vaadalaachi | Pratap Deshmukh | মাৰাঠী চলচ্চিত্ৰ | |
2015 | Ab Tak Chhappan 2 | Inspector Sadhu Agashe | |
Welcome Back | Uday Shetty | ||
2016 | Natsamrat | Ganpatrao Ramchandra Belwalkar | Marathi film
Won – Zee Cine Award for Best Actor (Marathi) |
The Jungle Book | Shere Khan (voice) | Hindi dub | |
2017 | Wedding Anniversary | Nagarjun | Hindi film |
2017 | Golmaal Again | Himself | Hindi film guest appearance |
2018 | Aapla Manus | Maruti Nagargoje[13][14] | Marathi film[15] |
2018 | Kaala | Haridev Abhayankar[16] | Tamil film Ananda Vikatan Cinema Award for Best Villain – Male |
2020 | Tadka![]() |
Tukaram | হিন্দী চলচ্চিত্ৰ |