এখন বাচনত নাৰিকলৰ গাখীৰ | |
অঞ্চল | ট্ৰপিক্যাল অঞ্চল |
---|---|
মুখ্য উপাদান | নাৰিকল |
নাৰিকলৰ গাখীৰ হৈছে কুটি লোৱা নাৰিকলৰ পৰা উলিওৱা তৰল পদাৰ্থ।[1] নাৰিকলৰ গাখীৰ অস্বচ্ছ আৰু সোৱাদযুক্ত হয়। ইয়াত অধিক পৰিমাণে তেল থাকে, যাৰ বেছিভাগেই সংপৃক্ত চৰ্বি।[2] নাৰিকলৰ গাখীৰ দক্ষিণ-পূব এছিয়া, কেৰেবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাত খোৱা এক জনপ্ৰিয় খাদ্য উপাদান।[3][4]