নীলা ভান্দা | |
---|---|
Vanda coerulea - non wild form - horticultural sibling with improved flower substance | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
বৰ্গ: | Asparagales |
পৰিয়াল: | Orchidaceae |
উপপৰিয়াল: | Epidendroideae |
Subtribe: | Aeridinae |
গণ: | Vanda |
প্ৰজাতি: | V. coerulea |
বৈজ্ঞানিক নাম | |
Vanda coerulea Griff. ex Lindl. | |
সমাৰ্থক | |
Vanda caerulescens Lindl. is a similar separate species of dwarf form in plant and flowers. |
নীলা ভান্দা ( ইংৰাজী: Blue Vanda, বৈজ্ঞানিক নাম: Vanda coerulea), এবিধ অৰ্কিডৰ প্ৰজাতি। ইয়াৰ বিস্তৃতি অসম আৰু দাতিকাষৰীয়া খাচী পাহাৰৰ পৰা আৰম্ভ কৰি চীনৰ য়ুনান প্ৰদেশলৈকে। এই ফুলক মণিপুৰী ভাষাত কাকলেই, মিজো ভাষাত অক্টোবৰ আৰু সংস্কৃতত ভন্দাৰ বুলিও জনা যায়। নীলা ভান্দা নীলা-বেঙুনীয়া ৰঙৰ হয় আৰু আন আন অৰ্কিডৰ তুলনাত বহুদিন ভালে থাকে।
নীলা ভান্দাৰ ৰস গ্লুক'মা, আৰু কেটাৰেক্ট ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ হয়।[1] Vanda coerulea ত থকা কিছুমান যৌগই চালত দেখা দিয়া বয়সৰ দাগ প্ৰতিহত কৰাৰ সহায়ক বুলি ধাৰণা কৰা হয়।[2]