Prachalit Nepal | |
---|---|
![]() The word 'Prachalit Nepal' in Prachalit Nepal script | |
প্ৰকাৰ | Abugida |
ভাষা | Nepal Bhasa, Sanskrit, Pali |
মাতৃ লিপি | |
ভগ্নী লিপি | Ranjana Bhujimol |
ইউনিক'ড ৰে'ঞ্জ | U+11400–U+1147F |
প্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ তথা নেপালী লিপিৰ পৰা বিকশিত হোৱা এক প্ৰকাৰৰ আবুগিদা লিপি ৷ নেৱাৰী বা নেপাল ভাষা, সংস্কৃত আৰু পালি ভাষা লিখাৰ ক্ষেত্ৰত এই লিপি ব্যবহাৰ কৰা হয় ৷ ছিকিম চৰকাৰৰ বুলেটিন ছিকিম হেৰাল্ড (নেৱাৰী সংস্কৰণ)কে ধৰি বিভিন্ন প্ৰকাশন এতিয়াও এই লিপিতে প্ৰকাশ পায়।