পটিয়া পাত বেং (Common tree frog) | |
---|---|
Common tree frog (female) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Amphibia |
বৰ্গ: | Anura |
পৰিয়াল: | Rhacophoridae |
গণ: | Polypedates |
প্ৰজাতি: | P. leucomystax |
বৈজ্ঞানিক নাম | |
Polypedates leucomystax (Gravenhorst, 1829) | |
সমাৰ্থক | |
Polypedates rugosus Duméril & Bibron, 1841 |
পটিয়া পাত বেং (ইংৰাজী: Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷
পটিয়া পাত বেং ঘাইকৈ বাংলাদেশ, ব্ৰণেই, কম্বোডিয়া, চীন, ্যাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম] আৰু ভূটান আদি দেশত বিস্তৃত হৈ আছে৷ শেহতীয়াকৈ এই ভেকুলীবিধক জাপানত পুনৰ সংস্থাপন কৰা হৈছে৷
পটিয়া পাত বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় বা অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চল, সেমেকা ঘাঁহনি, নদ-নদী, পুখুৰী, খেতি-পথাৰ আদি৷
ৱিকিমিডিয়া কমন্সত Polypedates leucomystax সম্পৰ্কীয় মিডিয়া ফাইল।