![]() | অসমৰ পোক - পৰুৱা নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
পতংগ জীৱাশ্ম কাল: 396–0Ma Early Devonian - Recent | |
---|---|
![]() | |
কিছুমান পতংগ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
পতংগ হ'ল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে। ই হ'ল বিশ্বৰ আটাইতকৈ বৈচিত্ৰ্যময় প্ৰাণীৰ গোট, প্ৰায় ১ নিযুত প্ৰজাতিৰে সৈতে সমগ্ৰ জীৱৰ আধাতকৈও বেছি বিদ্যমান। [1][2] পতংগ প্ৰায় সকলো পৰিৱেশতেই পোৱা যায়।