পলে পলে উৰে মন | |
---|---|
পলে পলে উৰে মনৰ এটি দৃশ্যত বৰষা | |
পৰিচালক | তিমথী দাস হাঞ্চে |
কাহিনী | তিমথী দাস হাঞ্চে |
প্ৰযোজক | ফুকন কোঁৱৰ পূৰ্ণানন্দ গগৈ বিউটি বৰুৱা |
অভিনয়ত | নিপন গোস্বামী বৰষা ৰাণী বিষয়া গায়ত্ৰী মহন্ত ৰবি শৰ্মা ৰিম্পী দাস পৰিণীতা বৰঠাকুৰ তৰুণ অৰোৰা |
চিত্ৰগ্ৰহণকাৰী | শিৱানন বৰুৱা |
সম্পাদনা | দেৱাংকৰ বৰগোহাঁই নিৰঞ্জন গগৈ |
সংগীত পৰিচালক | তিমথী দাস হাঞ্চে বিমান বৰুৱা অৰূপ দত্ত |
প্ৰযোজনা কোম্পানীসমূহ |
হিলছ ম'চন পিকছাৰ এছ'চিয়েচন, ডিফু |
মুক্তি |
২০ মে, ২০১১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
পলে পলে উৰে মন হৈছে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ডিফুৰ হিলছ ম'চন পিকছাৰ এছ'চিয়েচনৰ বেনাৰত ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ আৰু বিউটি বৰুৱা প্ৰযোজিত ছবিখনৰ পৰিচালনা তিমথী দাস হাঞ্চেৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে নিপন গোস্বামী, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, ৰিম্পী দাস, পৰিণীতা, তৰুণ অৰোৰা, মলয়া গোস্বামী ইত্যাদি। উল্লেখযোগ্য যে বলিউডৰ অভিনেতা ৰাজা মুৰাদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও ছবিখনত ভূমুকি মাৰে।[1]
ছবিখনে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰে।
পলে পলে উৰে মন | |
---|---|
তিমথী দাস হাঞ্চেৰ বোলছবি | |
মুক্তি | ২০১১ |
শৈলী/ধৰণ | বোলছবি সংগীত |
লেবেল | হিলছ ম'চন পিকছাৰ এছ'চিয়েচন, ডিফু |
পলে পলে উৰে মনৰ সংগীত পৰিচালক তিমথী দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্ত। ডo ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটিও বোলছবিখনত শিশুশিল্পী আস্থাজিতা বৰদলৈয়ে গাইছে।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গায়ক/গায়িকা | দৈৰ্ঘ্য | |||||||
1. | "পইতা ভাত" | জুবিন গাৰ্গ | ||||||||
2. | "প্ৰতি পলে" | জুবিন গাৰ্গ, সুবাসনা দত্ত | ||||||||
3. | "কিয় বাৰু উদাস" | শান | ||||||||
4. | "জীৱন মৰুত" | পৰিণীতা বৰঠাকুৰ | ||||||||
5. | "এতিয়া নাহিবা" | শান | ||||||||
6. | "আজিৰ এই মিঠা" | অলকা য়াগনিক | ||||||||
7. | "সপোনত ক'বা" | শান, অলকা য়াগনিক | ||||||||
8. | "মানুহে মানুহৰ বাবে" | আস্থাজিতা বৰদলৈ | ||||||||
9. | "বৰ বৰ মানুহৰ" | আদনান সামী |
|