ধৰণ | ৰাজহুৱা |
---|---|
শ্বেয়াৰ বজাৰৰ চিহ্ন | BSE: 500331 NSE: PIDILITIND |
স্থাপিত | ১৯৫৯ |
প্ৰতিষ্ঠাতা | বলবন্ত পাৰেখ |
মুখ্য কাৰ্যালয় | আন্ধেৰী, মুম্বাই, ভাৰত |
নেতৃস্থানীয় ব্যক্তিত্ব |
|
পণ্য | আঠা, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা কেমিকেল |
ৰাজহ | ![]() |
কাৰ্যকৰ আয় | ₹৬৭৯.০৪ কোটি (৯৫.২ মিলিয়ন ডলাৰ)(2012-2013) |
মুঠ আয় | ₹৪৫৪.৮ কোটি (৬৩.৭৬ মিলিয়ন ডলাৰ) (2012-2013) |
স্বত্বাধিকাৰী | মধুকাৰ পাৰেখ আৰু পৰিয়াল (৭০%)[2] |
ৱেবছাইট | www |
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে[3]। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ অনান্য উৎপাদনসমূহ হৈছে ফেৱিকুইক, ড॰ ফিক্সিট, ৰ'ফ, চাইক্ল, ৰাণীপাল, হ'বি আইডিয়া, এম ছিল, আক্ৰন আদি।