পুষ্পা প্ৰেয়া |
---|
 নাৰী শক্তি পুৰস্কাৰ গ্ৰহণ কৰি থকা সময়ত |
জন্ম |
পুষ্পা প্ৰেয়া বেংগালুৰু, কৰ্ণাটক, ভাৰত |
---|
অন্য নাম |
পুষ্পা নাগৰাজ |
---|
শিক্ষানুষ্ঠান |
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় |
---|
পেচা |
লিখক, আই টি(পেছাদাৰী) |
---|
জনা যায় |
দৃষ্টিহীন লোকৰ বাবে পৰীক্ষা লিখা |
পুষ্পা প্ৰেয়া উৰফে পুষ্পা এন এম এগৰাকী ভাৰতীয় লিখক, আই টি (পেছাদাৰী) আৰু স্বেচ্ছাসেৱক। তেওঁ দৃষ্টিহীন লোকৰ পৰীক্ষা লিখাৰ স্বেচ্ছামূলক সেৱাৰ বাবে সুপৰিচিত।[1]
তেওঁ কৰ্ণাটকৰ বাংগালুৰুত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। সৰু বয়সতে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ অতি নম্ৰ পটভূমিৰ পৰা আহিছে।[2]তেওঁ এটা ফেচবুক ব্লগ পেজত ৰক্তদান কৰাৰ কথা সদৰি কৰিছে।[3]
"Visually impaired people are humans too, people forget that sometimes. They have a disability in a particular part of their body, not in heart."
২০০৭ চনত পূষ্পাই পৰীক্ষা লিখক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁক অন্যান্য বন্ধুসকলে বিভিন্ন সক্ষম লোকৰ পৰীক্ষা লিখিবলৈ প্ৰেৰণা দিছিল।
[5]২০০৭ চনত অন্ধ লোকৰ পৰীক্ষা লিখিবলৈ কিছু সংখ্যক এন জি অ’ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছিল। [6]তেওঁ কম্পিউটাৰ বিজ্ঞানত ডিপ্লমা সম্পূৰ্ণ কৰিছিল। বৰ্তমান ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে। ২০০৭ চনৰ পৰা ২০১৯ চনলৈকে ১০০০ৰো অধিক দৃষ্টিহীন লোকৰ বাবে পৰীক্ষা লিখা সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে।[7]২০১৯ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।[8][9][10]
- ↑ "Meet Pushpa Preeya - The Woman Who Has Written 1000 Exams For The Disabled, In The Last 10 Years" (en ভাষাত). indiatimes.com. 2019-05-20. https://www.indiatimes.com/trending/human-interest/meet-pushpa-preeya-the-woman-who-has-written-1000-exams-for-the-disabled-in-the-last-10-years-367568.html। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ "Meet Bangaluru woman who has been writing exams". www.thenewsminute.com. 12 February 2018. https://www.thenewsminute.com/article/meet-b-luru-woman-who-has-been-writing-exams-disabled-decade-76349। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ "Giving A write hand to needy students". The New Indian Express. https://www.newindianexpress.com/cities/bengaluru/2017/dec/24/giving-a-write-hand-to-needy-students-1735709.html। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ "Meet Pushpa Preeya scribe of the decade". https://www.shethepeople.tv/news/meet-pushpa-preeya-scribe-decade। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Sunitha Rao R. (2018-02-11). "She scribed 657 exams in 10 years for the disabled | Bengaluru News". The Times of India. https://timesofindia.indiatimes.com/city/bengaluru/she-scribed-657-exams-in-10-years-for-the-disabled/articleshow/62867188.cms। আহৰণ কৰা হৈছে: 2020-12-20.
- ↑ "B'luru Woman Has Written 1000+ Exams - Not for Herself, but for the Differently-Abled!" (en-US ভাষাত). The Better India. 2019-03-15. https://www.thebetterindia.com/175115/bengaluru-woman-differently-abled-scribe-nari-shakti-puraskar/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ "The woman who's appeared for 700-plus exams – to help disabled students". Christian Science Monitor. 2019-09-04. ISSN 0882-7729. https://www.csmonitor.com/World/Asia-South-Central/2019/0904/The-woman-who-s-appeared-for-700-plus-exams-to-help-disabled-students.
- ↑ Goled, Shraddha Goled (2019-03-11). "President Awards Nari Shakti Puraskar To 'Exam Scribe' Who Has Written Over 600 Exams For Differently-Abled People" (en ভাষাত). thelogicalindian.com. Archived from the original on 2020-09-24. https://web.archive.org/web/20200924190657/https://thelogicalindian.com/exclusive/pushpa-preeya-scribe-nari-shakti-puraskar/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ "President gives Nari Shakti Puraskar, woman marine pilot, commando trainer receive loudest cheers". uniindia.com. http://www.uniindia.com/~/president-gives-away-nari-shakti-puraskar-woman-marine-pilot-commando-trainer-receive-loudest-cheers/India/news/1522459.html। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ "President confers Nari Shakti awards on 44 women". The Tribune. 9 March 2019. Archived from the original on 2019-03-28. https://web.archive.org/web/20190328170836/https://www.tribuneindia.com/news/nation/president-confers-nari-shakti-awards-on-44-women/739961.html.