প্লেংকৰ ধ্ৰুবক (ইংৰাজী: Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক দ্বাৰা সূচিত কৰা হয়।
প্লেংকৰ ধ্ৰুবকৰ মান হ'ল ৬.৬২৬১৯৬×10−৩৪জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুবকৰ নামকৰণ কৰা হৈছে।
↑Schlamminger, S.; Haddad, D.; Seifert, F.; Chao, L. S.; Newell, D. B.; Liu, R.; Steiner, R. L.; Pratt, J. R. (2014). "Determination of the Planck constant using a watt balance with a superconducting magnet system at the National Institute of Standards and Technology" (en ভাষাত). Metrologia খণ্ড 51 (2): S15. doi:10.1088/0026-1394/51/2/S15. ISSN0026-1394.
↑ 5.05.15.2Barry N. Taylor of the Data Center in close collaboration with Peter J. Mohr of the Physical Measurement Laboratory's Atomic Physics Division, Termed the "2014 CODATA recommended values," they are generally recognized worldwide for use in all fields of science and technology. The values became available on 25 June 2015 and replaced the 2010 CODATA set. They are based on all of the data available through 31 December 2014. Available: http://physics.nist.gov
এই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব।