প্ৰতিভা সিং

প্ৰতিভা সিং
হিমাচল প্ৰদেশ কংগ্ৰেছ সমিতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৬ এপ্ৰিল ২০২২
ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধী
ৰাহুল গান্ধী
মল্লিকাৰ্জুন খৰ্গে
পূৰ্বসূৰী কুলদীপ সিং ৰাথোড়
লোকসভাৰ সাংসদ
কাৰ্যকাল
২ নৱেম্বৰ ২০২১ – ৪ জুন ২০২৪
পূৰ্বসূৰী ৰাম স্বৰূপ শৰ্মা
উত্তৰসূৰী কংগনা ৰাণাৱত
সমষ্টি মাণ্ডী লোকসভা
কাৰ্যকাল
২০১৩ – ২০১৪
পূৰ্বসূৰী বিৰভদ্ৰ সিং
উত্তৰসূৰী ৰাম স্বৰূপ শৰ্মা
সমষ্টি মাণ্ডী
কাৰ্যকাল
২০০৪ – ২০০৯
পূৰ্বসূৰী মহেশ্বৰ সিং
উত্তৰসূৰী বীৰভদ্ৰ সিং
সমষ্টি মাণ্ডী
ব্যক্তিগত তথ্য
জন্ম ১৬ জুন, ১৯৫৬ (৬৮ বছৰ)
জুংগা, হিমাচল প্ৰদেশ[1]
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী বীৰভদ্ৰ সিং (বি. ১৯৮৫; মৃত্যু ২০২১)
সন্তান

প্ৰতিভা সিং (ইংৰাজী: Pratibha Singh,জন্ম ১৬ জুন ১৯৫৬) হিমাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য।

প্ৰতিভা সিং ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বীৰভদ্ৰ সিঙৰ পত্নী । তেওঁ হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনৰ ১৬ জুনত হিমাচল প্ৰদেশৰ ছিমলাত প্ৰতিভা সিঙে জন্মগ্ৰহণ কৰিছিল। ১৯৮৫ চনত বীৰভদ্ৰ সিঙৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। বীৰভদ্ৰ সিঙৰ তেওঁৰ দ্বিতীয় পত্নী। বীৰভদ্ৰ সিঙে প্ৰথম বিবাহৰ জৰিয়তে লাভ লৰা কন্যা অভিলাষা কুমাৰীয়ে গুজৰাটত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতিভা সিঙৰ সৈতে দ্বিতীয় বিবাহৰ জৰিয়তে বীৰভদ্ৰ সিঙে লাভ কৰা পুত্ৰ বিক্ৰমাদিত্য সিঙে ছিমলা গ্ৰাম্য সমষ্টিৰ পৰা বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০০৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাত প্ৰতিভা সিঙে মহেশ্বৰ সিঙক পৰাস্ত কৰি আসন লাভ কৰে।[2] ২০১৩ চন আৰু ২০২১ চনত হোৱা উপ-নিৰ্বাচনত তেওঁ মাণ্ডীৰ একেখন আসনৰ পৰা পুনৰ নিৰ্বাচিত হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Biographical Sketch – Member of Parliament – 14th Lok Sabha". Parliament of India. Archived from the original on 2007-10-30. https://web.archive.org/web/20071030110336/http://164.100.24.208/ls/lsmember/biodata.asp?mpsno=4044। আহৰণ কৰা হৈছে: 2012-03-05. 
  2. "Parliamentary Constituency Wise Result of H.P. of Lok Sabha Elections-2009". Chief Electoral Officer, Himachal Pradesh website. Archived from the original on 21 July 2011. https://web.archive.org/web/20110721163528/http://ceohimachal.nic.in/BKGROUND/PC%20wise%20Result%20of%20H.P.pdf। আহৰণ কৰা হৈছে: 5 November 2010.