প্ৰিন্সিপিয়া মেথেমেটিকা | |
---|---|
The title page of the shortened Principia Mathematica to ✸56 | |
লেখক | আলফ্ৰেড ন'ৰ্থ হোৱাইটহেড বাৰট্ৰাণ্ড ৰাছেল |
শিৰোনাম | Principia Mathematica |
প্ৰকাশ | ১৯১০ ১৯১২ ১৯১৩ |
প্ৰিন্সিপিয়া মেথেমেটিকা (ইংৰাজী: Principia Mathematica) হ'ল গণিতৰ ভিত্তিৰ আধাৰত তথা তিনিটা খণ্ডত ৰচিত এখন কিতাপ। আলফ্ৰেড ন'ৰ্থ হোৱাইটহেড আৰু বাৰট্ৰাণ্ড ৰাছেলৰ দ্বাৰা ৰচিত এই কিতাপখন ক্ৰমে ১৯১০, ১৯১২ আৰু ১৯১৩ চনত প্ৰকাশ কৰে।