জীৱবিজ্ঞানত, পৰ্ব (phylum,/ˈfaɪləm/;বহুবচন: phyla), বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে (International Botanical Congress) পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ (division) পদটো ব্যৱহাৰ কৰা হয়।[1]
পৰ্ব | অৰ্থ | সাধাৰণ নাম | চাৰিত্ৰিক বৈশিষ্ট | প্ৰজাতিৰ বিৱৰণ |
Acanthocephala | কাঁইটিয়া মূৰযুক্ত কৃমি | কাঁইটিয়া মূৰযুক্ত কৃমি | কেইবাশাৰীও হাকুটাযুক্ত কাঁইটেৰে প্ৰতিবৰ্তী শোষক (proboscis) থাকে | প্ৰায় ৭৫৬ |
Acoelomorpha | খাদ্যনলীবিহিন | Acoels | মুখ বা খাদ্যনলী নাথাকে | — |
Annelida | সৰু আঙুঠি | বলয়ী প্ৰাণী | দেহটো বলয়েৰে গঠিত | ১৭,০০০+ বিদ্যমান |
Arthropoda | সন্ধিযুক্ত ভৰি | সন্ধিপদী প্ৰাণী | কাইটিনৰ (Chitin) বহিঃকংকালেৰে (exoskeleton) গঠিত দেহ আৰু ভৰিবোৰ সন্ধিযুক্ত | ১১,৩৪,০০০+ |
Brachiopoda | Arm foot | খোলা ধাৰী | Lophophore and pedicle | ৩০০-৫০০ বিদ্যমান |
Bryozoa | মছ সদৃশ প্ৰাণী | মছ সদৃশ প্ৰাণী, সাগৰীয় দলিচা | Lophophore, no pedicle, ciliated tentacles, anus outside ring of cilia | ৫,০০০ বিদ্যমান |
Chaetognatha | দীঘল কেশৰৰ পাৰি (jaw) | শৰ কৃমি | মূৰ আৰু পশ্চাৎ অংশত কাইটিনেৰে গঠিত কাঁইট থাকে | প্ৰায় ১০০ বিদ্যমান |
Chordata | মেৰুদণ্ডী | মেৰুদণ্ডী প্ৰাণী | ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকে | প্ৰায় ১,০০,০০০+ |
Cnidaria | শুংযুক্ত গছ (nettle) | Coelenterates | শুংযুক্ত কোষ (stinging cells) | প্ৰায় ১১,০০০ |
Ctenophora | ফণিধাৰী | ফণি জেলী | সংযুক্ত চিলিয়াৰ ফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকে | প্ৰায় ১০০ বিদ্যমান |
Cycliophora | Wheel carrying | Symbion | চিলিয়া (cilia) যুক্ত ঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ | ৩+ |
Echinodermata | কাঁইটীয়া চাল | কণ্টকচৰ্মী | Fivefold radial symmetry in living forms, mesodermal calcified spines | প্ৰায় ৭,০০০ বিদ্যমান; প্ৰায় ১৩,০০০ বিলুপ্ত |
Entoprocta | অন্তঃ পায়ুযুক্ত | পিয়লা সদৃশ প্ৰাণী | চিলিয়াৰ আঙুঠিৰ ভিতৰত পায়ু থাকে | প্ৰায় ১৫০ |
Gastrotricha | Hair stomach | Meiofauna | দুডাল সংযুক্ত প্ৰান্তিক নলী (terminal tube) | প্ৰায় ৬৯০ |
Gnathostomulida | হনুযুক্ত মুখ | Jaw worms | — | প্ৰায় ১০০ |
Hemichordata | অৰ্ধ ৰজ্জু | Acorn worms, pterobranchs | Stomochord in collar, pharyngeal slits | প্ৰায় ১০০ বিদ্যমান |
Kinorhyncha | Motion snout | Mud dragons | পৃষ্ঠীয়চ্ছদা (dorsal plate)ৰ সৈতে এঘাৰটা খণ্ডত বিভক্ত | প্ৰায় ১৫০ |
Loricifera | কৱচ ধাৰী | Brush heads | দুই মূৰত ছাতি-সদৃশ (Umbrella-like) বাকলি থাকে | প্ৰায় ১২২ |
Micrognathozoa | সূক্ষ্ম হনুযুক্ত | — | এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ | ১ |
Mollusca | কোমল | কোমলদেহী | পেশীযুক্ত ভৰি আৰু mantle ঘুৰনীযা কৱচ থাকে | ১,১২,০০০ |
Nematoda | সূতাৰ দৰে | ঘুৰনীযা কৃমি | ঘূৰণীয়া প্ৰস্থচ্ছেদ, keratin cuticle | ৮০,০০০–১০,০০,০০০ |
Nematomorpha | Thread form | Horsehair worms | — | প্ৰায় ৩০০ |
Nemertea | A sea nymph | ফিতা কৃমি | — | প্ৰায় ১,২০০ |
Onychophora | নখ ধাৰী | Velvet worms | ভৰিৰ শেষাংশত কাইটিনৰ নখ থাকে | প্ৰায় ২০০ বিদ্যমান |
Orthonectida | পোনে পোনে সাতুৰা | — | প্ৰজনন কোষৰ (sex cell) চাৰিওকাষে এতৰপীয়া চিলিয়াযুক্ত কোষ (ciliated cell) থাকে | প্ৰায় ২০ |
Phoronida | যীয়ুছৰ (Zeus) পত্নী | Horseshoe worms | খাদ্যনলী ইউ-আকৃতিৰ (U-shaped) | ১১ |
Placozoa | চেপেতা জন্তু | — | — | ১ |
Platyhelminthes | চেপেটা কৃমি | চেপেটা কৃমি | — | প্ৰায় ২৫,০০০ |
Porifera* | ৰন্ধ্ৰী | Sponges | ছিদ্ৰ যুক্ত অভ্যন্তৰীণ বেৰ (interior wall) থাকে | ৫,০০০+ বিদ্যমান |
Priapulida | সৰু প্ৰায়াপাছ (Priapus) | — | — | ১৬ |
Rhombozoa | Lozenge animal | — | Single anteroposterior axial cell surrounded by ciliated cells | ৭৫ |
Rotifera | চক্ৰ ধাৰী | Rotifers | শৰীৰৰ অগ্ৰাংশত চিলিয়াৰ মুকুটৰ দৰে চক্ৰ থাকে | প্ৰায় ২,০০০ |
Sipuncula | সৰু নলী | Peanut worms | মুখখন ঘুৰাবপৰা টেণ্টাকুলে (tentacle) ঘেৰি থাকে | ১৪৪–৩২০ |
Tardigrada | লেহেমীয়া খোজ | Water bears | দেহ আৰু মূৰ চাৰি ভাগত বিভক্ত | ১,০০০+ |
Xenoturbellida | আচৰিত চেপেটা কৃমি | — | চিলিয়াযুক্ত deuterostome | ২ |
মুঠ: ৩৫ | ২০,০০,০০০+ |
বিভাগ | অৰ্থ | সাধাৰণ নাম | চাৰিত্ৰিক বৈশিষ্ট |
Chlorophyta | - | শেলাই | - |
Charophyta | - | শেলাই | - |
Anthocerotophyta | Anthoceros-সদৃশ উদ্ভিদ | শিঙৰ দৰে শিপা | শিঙাল sporophyte, সংবহন তন্ত্ৰ নাই |
Bryophyta | Bryum-সদৃশ উদ্ভিদ, মছ উদ্ভিদ | মছ | স্থায়ী শাখাহীন sporophyte, সংবহন তন্ত্ৰ নাই |
Marchantiophyta
Hepatophyta |
Marchantia-সদৃশ উদ্ভিদ,যকৃৎ উদ্ভিদ | যকৃৎ শিপা | অস্থায়ী শাখাহীন sporophyte, সংবহন তন্ত্ৰ নাই |
Lycopodiophyta,Lycophyta | Lycopodium-সদৃশ উদ্ভিদ লাইকেন |
লাইকেন | Microphyll পাত, সংবহন তন্ত্ৰ |
Pteridophyta | Pteris-সদৃশ উদ্ভিদ, ঢেকীয়া | ঢেকীয়া | Prothallus gametophyte, সংবহন তন্ত্ৰ |
Pinophyta,Coniferophyta | Pinus-সদৃশ উদ্ভিদ Cone-bearing plants |
সৰল গছ | Cones containing seeds and wood composed of tracheids |
Cycadophyta | চাইকাছ-সদৃশ উদ্ভিদ, palm-সদৃশ উদ্ভিদ | Cycads | বীজ, যৌগিক পত্ৰৰ মুকুট |
Ginkgophyta | Ginkgo-সদৃশ উদ্ভিদ | Ginkgo, Maidenhair | ফলহীন বীজ (single living species) |
Gnetophyta | Gnetum-সদৃশ উদ্ভিদ | Gnetophytes | বীজ আৰু নলীকাযুক্ত কাষ্ঠিক সংবহন তন্ত্ৰ |
Magnoliophyta / | সপুষ্পক উদ্ভিদ | সপুষ্পক উদ্ভিদ, angiosperms | ফুল আৰু ফল, নলীকাযুক্ত সংবহন তন্ত্ৰ |
মুঠ: ১২ |
Phylum | Meaning | Common name | Distinguishing characteristics |
Chytridiomycota | Little pot mushroom | Chytrids | Cellulose in cell walls, flagellated gametes |
Deuteromycota | Second mushroom | Imperfect fungi | Unclassified fungi; only asexual reproduction observed no other major distinguishments |
Zygomycota | Yolk mushroom | Zygomycetes | Blend gametangia to form a zygosporangium |
Glomeromycota | Ball mushroom | None | Form arbuscular mycorrhizae with plants |
Ascomycota | Bag/Wineskin Mushroom | Sac fungi | Produce spores in an 'ascus'which is a kind of fruiting bud |
Basidiomycota | Basidium Mushroom | Club Fungi | Produce spores from a 'basidium' which is a kind of fruiting bud |
Total: ৬ |
বৰ্তমানে, ২৯টা আছে-