ফফং জলকীয়া | |
---|---|
Habanero fruits | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Solanaceae |
গণ: | Capsicum |
প্ৰজাতি: | C. chinense |
বৈজ্ঞানিক নাম | |
Capsicum chinense Jacq. | |
সমাৰ্থক[1] | |
|
চি. চাইনেনছি (ইংৰাজী: Capsicum chinense) হৈছে এক প্ৰকাৰৰ জলকীয়া। ইয়াক সাধাৰণতে ফফং জলকীয়া বা ইংৰাজীত "য়েল্ল' নেণ্টাৰ্ণ চিলি" (yellow lantern chili) বুলি কোৱা হয়।[2] ই আমেৰিকাৰ এক থলুৱা প্ৰজাতি। ইহঁতৰ ব্যতিক্ৰমী জ্বলা গুণ আৰু অনন্য গন্ধৰ বাবে এই প্ৰজাতিৰ বিভিন্ন প্ৰকাৰবোৰ সমগ্ৰ বিশ্বতে জনাজাত। পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া; ভোট-জলকীয়া এই প্ৰজাতিৰে অন্তৰ্গত এক প্ৰকাৰ।[3]