ফিজি হিন্দী | |
---|---|
फिजी बात Fiji Baat হিন্দুস্থানী | |
থলুৱা অঞ্চল | ফিজি আৰু ওচেনিয়াৰ কিছু দেশ |
স্থানীয় ভাষিক |
৩ লাখ ৮০ হাজাৰ (১৯৯০) |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | ৰোমান, দেৱনাগৰী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ফিজি |
ভাষা সংকেত | |
ISO 639-3 | hif |
গ্লোটোলগ | fiji1242 [1] |
ফিজি হিন্দী ভাষা (ৰোমান হিন্দী ভাষাত: Fiji Hindi; হিন্দী ভাষাত: फिजी हिन्दी) - এই ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজিৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে। ভাৰতবৰ্ষত প্ৰচলিত ফিজি হিন্দীৰ উপভাষাটো ভোজপুৰীৰ লগতে বিহাৰী আদি অন্যান্য নামেৰে পৰিচিত।
|
|