বগাপতীয়া খুকুৰী সাপ(Oligodon albocinctus) | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Colubridae |
গণ: | Oligodon |
প্ৰজাতি: | O. albocinctus |
বৈজ্ঞানিক নাম | |
Oligodon albocinctus (Cantor, 1839) |
বগাপতীয়া খুকুৰী সাপ (ইংৰাজী: light-barred kukri snake, বৈজ্ঞানিক নাম-Oligodon albocinctus) 'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল এছিয়াতহে দেখা পোৱা যায় (endemic)৷
বগাপতীয়া খুকুৰী সাপ ঘাইকৈ নেপাল, বাংলাদেশ, ভাৰত, ম্যানমাৰ আৰু চীন আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আদি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰধানকৈ দেখা পোৱা যায়৷