![]() | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | বঙালী |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | bn |
Commercial | নহয় |
Registration | বৈকল্পিক |
Users | ৪,৯০,০৬৪ |
Current status | সক্ৰিয় |
বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬৮,৩৭১টা প্ৰবন্ধ আছে।
২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।[1][2] ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।[3] ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।
বঙালী ৱিকিপিডিয়াত বৰ্তমান ১,৬৮,৩৭১টা প্ৰবন্ধ, ৪,৯০,০০০জন সম্পাদক, ১৫জন প্ৰশাসক আৰু ২০,০৩৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮১,২৪,৪৫২।[4]
![]() |
ৱিকিমিডিয়া কমন্সত বঙালী ৱিকিপিডিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|