বজালী জিলা | |
---|---|
![]() অসমত বজালীৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | নামনি অসম |
সদৰ | পাঠশালা |
বজালী জিলা অসমৰ এখন জিলা। ২০২০ চনৰ ১০ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে।[1] ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বজালীক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। বজালীক জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪ খন হয়।[2] বজালী জিলাৰ সদৰ হৈছে পাঠশালা।