বাদুলিপাখিৰ পখিলা (Common Batwing) | |
---|---|
Males (above and middle) and female (bottom) | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Atrophaneura |
উপগণ: | Atrophaneura |
প্ৰজাতি: | A. varuna |
বৈজ্ঞানিক নাম | |
Atrophaneura varuna White, 1842[1] |
বাদুলিপাখিৰ পখিলা (ইংৰাজী: Common Batwing, বৈজ্ঞানিক নাম- Atrophaneura varuna) ভাৰতত দেখা পোৱা চাতকনেজীয়া পখিলাসমূহৰ ভিতৰত এটা অন্যতম পখিলাৰ প্ৰজাতি৷ ই Atrophaneura গোত্ৰৰ অন্তৰ্ভুক্ত৷
বাদুলিপাখিৰ পখিলাৰ দুটা উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ এই দুটা হৈছে-
পূব নেপাল, উত্তৰ ভাৰত, ম্যানমাৰ,থাইলেণ্ড, উত্তৰ লাওছ, উত্তৰ ভিয়েটনাম আৰু মালয়েছিয়া আদি দেশত এই পখিলাবিধ দেখা পোৱা যায়৷
The Common Batwing occurs from the Terai up to the altitude of 7000 feet.
The Common Batwing is a butterfly of hot, low altitude jungles. It has a slow and graceful flight and can be seen cruising along river valleys and high over stream-beds. Both sexes frequent flowers, Lantana being a preferred species. It has a disagreeable smell.