বালাচাহেবাঞ্চী শিৱসেনা | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | ৰাহুল শ্বেৱালে |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ১০ অক্টোবৰ ২০২২ |
বিলুপ্তি | ১৮ ফেব্ৰুৱাৰী ২০২৩ |
ৰাজনৈতিক মতাদৰ্শ | হিন্দুত্ব ৰক্ষণশীলতাবাদ[1] |
বালাচাহেবাঞ্চী শিৱসেনা (ইংৰাজী: Balasahebanchi Shiv Sena)[2][3][4] হৈছে ২০২২ চনত একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত এক ৰক্ষণশীলতাবাদী ভাৰতীয় ৰাজনৈতিক দল।[5] এই দলটো মুখ্য শিৱসেনা দলৰপৰা পৃথক হোৱাত নিৰ্বাচন আয়োগে দলটোক এটা নতুন প্ৰতীক প্ৰদান কৰিছিল। ২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ফলস্বৰূপে এই দলৰ গঠন কৰা হৈছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ সৈতে এই দলটোৱে মহাৰষ্ট্ৰত সন্মিলিত চৰকাৰ গঠন কৰিছে।
বালাচাহেব থাকৰেৰ পাৰ্টি হিন্দুত্ববাদ আৰু অতিৰাষ্ট্ৰীয়তাবাদ আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ মতাদৰ্শৰ ওপৰত প্ৰতিষ্ঠা হৈছে। ই মুছলমান তুষ্টিকৰণ আৰু ধৰ্মনিৰপেক্ষতাৰ বিৰোধিতা কৰে।
ক্ৰ্ম নং | ফটো | নাম | পদবী |
---|---|---|---|
১ | একনাথ শিণ্ডে | প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় সভাপতি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী | |
২ | ৰাহুল শ্বেৱালে | নেতা, লোকসভা | |
৩ | ![]() |
উদয় সামন্ত | মহাৰাষ্ট্ৰ বিধান পৰিষদ ৰ ভাৰপ্ৰাপ্ত উপ-নেতা মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী |
৪ | দীপক কেছাৰকাৰ | মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী |