বাল্টিক সাগৰ (ইংৰাজী: Baltic Sea) আটলাণ্টিক মহাসাগৰৰ এখন সাগৰ আৰু ইয়াক স্কেনডিনাভিয়া (Scandinavia), ফিনলেণ্ড, বাল্টিক দেশসমূহ আৰু উত্তৰ ইউৰোপে আৱৰি আছে। এই সাগৰৰ ভিতৰত Gulf of Bothnia, Bay of Bothnia, Gulf of Finland আৰু Gulf of Riga অন্তৰ্ভুক্ত। এই সাগৰ ৫৩°-৬৬°N অক্ষাংশ আৰু ১০°-৩০° দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। বাল্টিক সাগৰ ডেনিছ দ্বীপপূঞ্জ (Danish islands), Kattegat, Øresund, Great Belt, Little Belt আদি স্পৰ্শ কৰি গৈছে।
এই সাগৰৰ উত্তৰ সীমাত Baltic Proper অৱস্থিত যাক Åland islands আৰু Gulf of Bothnia ই আৱৰি আছে। তেনেদৰে উত্তৰ-পূব সীমাত Gulf of Finland, পূবত Gulf of Riga আৰু পশ্চিমে স্কেনদিনাভিয়া অৱস্থিত।
বাল্টিক মহাসাগৰ কৃত্ৰিম জলপৰিবহণৰ মাধ্যমেৰে অন্য সাগৰৰ সৈতে সংযোজিত। উদাহৰণস্বৰূপে ই শ্বেত সাগৰ (White Sea)-ৰ সৈতে শ্বেত সাগৰ খাল (White Sea Canal)ৰ যোগেদি আৰু উত্তৰ সাগৰৰ German Bight ৰ লগত কীল খাল (Kiel Canal)-ৰ যোগেদি সংযোজিত।
নাম | গড় ক্ষৰণ (Discharge) | দৈৰ্ঘ্য | দ্ৰোণী (Basin) | দ্ৰোণীৰ সীমাত থকা ঠাই | দীৰ্ঘতম অংশ |
---|---|---|---|---|---|
Neva | 2500 m³/s | 74 km (nominal) 860 km (hydrological) |
281,000 km² | ৰাছিয়া, ফিনলেণ্ড | Suna (280 km) → Lake Onega (160 km) → Svir (224 km) → Lake Ladoga (122 km) → Neva |
Vistula | 1080 m³/s | 1047 km | 194,424 km² | প’লেণ্ড, tributaries: বেলাৰুছ, ইউক্ৰেইন, স্ল’ভাকিয়া | |
Daugava | 678 m³/s | 1020 km | 87.900 km² | ৰাছিয়া (source), লাটভিয়া | |
Neman River | 678 m³/s | 937 km | 98,200 km² | বেলাৰুছ, লিথুয়েনিয়া, ৰাছিয়া | |
Kemijoki | 556 m³/s | 550 km (main river) 600 km (river system) |
51,127.3 km² | ফিনলেণ্ড, ন’ৰৱে (source of Ounasjoki) | longer tributary Kitinen |
Oder | 540 m³/s | 866 km | 118,861 km² | চেক ৰিপাব্লিক, প’লেণ্ড, জাৰ্মানী | |
Lule älv | 506 m³/s | 461 km | 25,240 km² | চুইডেন | |
Narva | 415 m³/s | 77 km (nominal) 652 km (hydrological) |
56,200 km² | ৰাছিয়া, ইষ্ট’নিয়া | Velikaya (430 km) → Lake Peipus (145 km) → Narva |
Torne älv | 388 m³/s | 520 km (nominal) 630 km (hydrological) |
40,131.4 km² | ন’ৰৱে (source), চুইডেন, ফিনলেণ্ড | Válfojohka → Kamajåkka → Abiskojaure → Abiskojokk (sum = 40 km)→ Torneträsk (70 km) → Torne älv |