বিটিএস | |
---|---|
![]() ২০২২ চনৰ মে' মাহত হোৱাইট হাউচত বিটিএস | |
প্ৰাথমিক তথ্য | |
আন নাম | *বাংতান বয়েজ
|
মূল | ছিউল, দক্ষিণ কোৰিয়া |
সংগীতৰ প্ৰকাৰ | কে-পপ, পপ, হিপ হপ, আৰএণ্ডবি, ইডিএম |
কাৰ্যকাল | ২০১৩-বৰ্তমান |
ৱেবছাইট | bts |
সদস্য | |
লিডাৰ//ড্যান্সাৰ ভোকাল/ভিজ্যুয়াল/ড্যান্সাৰ লিডাৰ/ৰেপাৰ মেইন ড্যান্সাৰ/ৰেপাৰ মেইন ড্যান্সাৰ/লিড ভোকাল ভোকাল/ভিজ্যুয়াল/ড্যান্সাৰ মেইন ভোকাল/লিড ড্যান্সাৰ |
বিটিএছ (কোৰীয় ভাষা:방탄소년단; উচ্চাৰণ: বাংতান সোণিয়োন্দান) হৈছে ৭ জনীয়া দক্ষিণ কোৰিয়াৰ বয় বেণ্ড।[1] ৭ জনীয়া বেণ্ডটোৱে ২০১০ চনত বিগহিট মিউজিকৰ অধীনত ট্ৰেইনী আৰু ২০১৩ চনত ২ কুল ৪ স্কুলৰ অধীনত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰে। যদিও তেওঁলোক মূলতঃ হিপ হপ সংগীত গোট, তেওঁলোকৰ গীতত বিভিন্ন ধৰণৰ সংগীত শৈলী প্ৰকাশ পায়।[2]