বিনায়ক-টেন(毘那夜迦天), গনপতেই, কাংগিটেন, কাংকি-টেন, শ্ব'-টেন, ডাইশ্ব'-টেন, ডাইশ্ব'-কাংগিটেন, টেনচন, কাংগি-জিজাইটেন, শ্ব'ডেন চামা, ৱিনায়কটেন বা জবিটেন জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু টেণ্ডাই শাখাৰ এজন টেন বা দেৱ।[1] তেওঁক হিন্দু ধৰ্মৰ দেৱতা গণেশৰ জাপানী ৰূপ বুলি অনেকে গণ্য কৰে। কোনো কোনোৰ মতে তেওঁ বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ ৰূপ।]].[2][1]
বিনায়কটেনক বৌদ্ধ ধৰ্মৰ তান্ত্ৰিক শাখাসমূহৰ লগত জড়িত কৰা হয়।[1] যদিও তেওঁক হিন্দু গণেশৰদৰে হাতীৰ মূৰযুক্ত পুৰুষৰ দৰে দেখুৱা হয়, আটাইতকৈ জনপ্ৰিয় ৰূপ হ'ল পুৰুষ আৰু মহিলাৰ "দ্বৈত (শৰীৰযুক্ত) কাংগিটেন"
বিনায়কটেনৰ বিভিন্ন নাম আছে, যেনে, বিনায়কটেন ~ হিন্দু বিনায়ক, গনবচি ~ হিন্দু গণপতি, গনৱ ~ গণেশ। গণেশৰ দৰে বিনায়কটেনেও বাধা দূৰ কৰে। তেঁৱো শুভ, ভাল ভাগ্যৰ দেৱতা।[3] তান্ত্ৰিক বৌদ্ধত্বত জনপ্ৰিয় বিনায়কটেন সুখ - সমৃদ্দিৰ দাতা।[3] তেওঁৰ দ্বৈত ৰূপক জাপানী ভাষাত শ্ব'চিন কাংগিটেন বা শ্ব'চিন বিনায়ক বুলি কোৱা হয়, চীনা ভাষাত কুৱান শ্বি[4], আৰু সংস্কৃত ভাষাত নন্দিকেশ্বৰ।.[5]
পিচে বিনায়কটেন দুষ্ট প্ৰকৃতিৰ, কাজিয়ে আদি সৃষ্টি কৰে, আৰু মানুহক বেয়া কৰিবলৈ প্ৰেৰিত কৰে।[4] and Nandikeshvara in Sanskrit.[5]
<ref>
টেগ;
Krishan164
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
Buhnemann
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই