![]() | এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![]() | |
জন্ম | ২৮ মে', ১৮৮৩ ভাঘূৰ,[1] নাছিক জিলা, বোম্বে, ইংৰাজ শাসনাধীন ভাৰত (বৰ্তমানৰ মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ২৬ ফেব্ৰুৱাৰী, ১৯৬৬ (৮২ বছৰ) বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জনা যায় | হিন্দুত্ব |
ৰাজনৈতিক দল | হিন্দু মহাসভা |
আত্মীয়-স্বজন | গণেশ দামোদৰ সাভাৰকাৰ (ভ্ৰাতৃ) |
বিনায়ক দামোদৰ সাভাৰকা আছিল এজন ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী। তেঁওক বীৰ সাভাৰকাৰ বুলিও জনা যায়। সাভাৰকা পেছাত এজন অধিবক্তা আছিল। ১৮৮৩ চনৰ ২৮ মে’ত মুম্বাইৰ নাছিকত তেঁওৰ জন্ম হৈছিল। ১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু হয়।
১৮৮৩ চনৰ ২৮ মে' তাৰিখে নাছিক জিলাৰ ভাগলপুৰৰ এটা সাধাৰণ হিন্দু ব্ৰাহ্মণ পৰিয়ালত বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম হয়।[2] সাভাৰকাৰৰে তেঁওৰ শৈশৱ গণেশ মাইনা ভাই আৰু নাৰায়ণ নামৰ ভাতৃ-ভগ্নীৰ সৈতে পাৰ কৰিছিল।[3] হিন্দু-মুছলমান আক্ৰমণৰ সময়ত মাত্ৰ ১২ বছৰ বয়সতে তেওঁৰ নেতৃত্বত সহযোগী ছাত্ৰ-ছাত্ৰীৰ এটা দলে গাঁৱৰ এটা মছজিদত আক্ৰমণ চলাইছিল।[4][5] শৈশৱত তেঁও তেওঁৰ সাহস আৰু সাহসিকতাৰ বাবে তেওঁ যথেষ্ট প্ৰশংসিত হৈছিল আৰু তেওঁক বীৰ দামোদৰ সাভাৰকাৰ বুলি কোৱা হৈছিল। সৰুৰে পৰা দেশৰ বাবে কিবা কৰাৰ আগ্ৰহে তেওঁক এজন বিপ্লৱী যুৱক কৰি তুলিছিল। তেওঁৰ ডাঙৰ ভায়েক গণেশে এই পদক্ষেপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এজন যুৱ খেলুৱৈ হিচাপে সকলোৰে সন্মুখত আবিৰ্ভাৱ হৈছিল, লাহে লাহে তেওঁ এটা যুৱ গোট আয়োজন কৰিছিল যাক পিছত মিত্ৰ মেলা বুলি নামাকৰণ কৰা হৈছিল।[6][7]
বিনায়ক দামোদৰ সাভাৰকাৰ জীৱনী[সংযোগবিহীন উৎস]