বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে[1] ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব,[2][3] ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ আয়োজকৰ নামৰ পৰা ইংলেণ্ড আৰু ৱেলছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত ২০০৬ চনৰ এপ্ৰিল মাহত ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰথম খেলখন দি অ'ভেলত আৰু চুড়ান্ত খেলখন লৰ্ডছ্ত খেলুৱা হ'ব। কমসংখ্যক দলকলৈ আয়োজন কৰিবলৈ লোৱা বাবে প্ৰতিযোগিতাখনক সমালোচনা কৰা হৈছে যদিও আইচিচিএ কেৱল ১০টা দলৰ মাজতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।[4] ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল।
ইংলেণ্ড আৰু ৱেলছৰ স্থানসমূহ
কলিকতাত অনুষ্ঠিত হোৱা এখন সভাত সিদ্ধান্ত কৰা খেলৰ স্থানসমূহ ২৬ এপ্ৰিল ২০১৮ তাৰিখে প্ৰকাশ কৰা হয়।[5][6]
নগৰ
|
বাৰ্মিংহাম, ইংলেণ্ড
|
ব্ৰিষ্টল, ইংলেণ্ড
|
কাৰ্ডিফ, ৱেলছ
|
চেষ্টাৰ-লে-ষ্ট্ৰীট, ইংলেণ্ড
|
লিডছ, ইংলেণ্ড
|
খেলপথাৰ
|
Edgbaston
|
Bristol County Ground
|
Sophia Gardens
|
Riverside Ground
|
Headingley
|
County Team
|
Warwickshire
|
Gloucestershire
|
Glamorgan
|
Durham
|
Yorkshire
|
আসন ক্ষমতা
|
২৫,০০০
|
১৭,৫০০
|
১৫,৬৪৩
|
২০,০০০
|
১৮,৩৫০
|
খেল
|
৫ (ছেমি-ফাইনেলক ধৰি)
|
৩
|
৪
|
৩
|
৪
|
|
|
|
|
|
|
লণ্ডন, ইংলেণ্ড
|
লণ্ডন, ইংলেণ্ড
|
মানচেষ্টাৰ, ইংলেণ্ড
|
নটিংহাম, ইংলেণ্ড
|
ছাউডামটন, ইংলেণ্ড
|
টাউনটন, ইংলেণ্ড
|
লৰ্ডছ
|
দ্য অভেল
|
অল্ড ট্ৰেফৰ্ড
|
ট্ৰেণ্ট ব্ৰীজ
|
ৰজ বৌল
|
কাণ্ট্ৰি গ্ৰাউণ্ড
|
মিডলছেক্স
|
ছুৰী
|
লেংকাছিৰ
|
নটিমহামছিৰ
|
হামছিৰ
|
ছমেৰছেট
|
২৮,০০০
|
২৫,৫০০
|
২৬,০০০
|
১৭,৫০০
|
২৫,০০০
|
১২,৫০০
|
৫ (ফাইনেলক ধৰি)
|
৫
|
৬ (ছেমি-ফাইনেলক ধৰি)
|
৫
|
৫
|
৩
|
|
|
|
|
|
|
২০১৮ চনৰ ২৬ এপ্ৰিলত আইচিচিএ খেলসমূহৰ তালিকা প্ৰকাশ কৰে।[7]
ইংলেণ্ড জয়ী হয় ১০৪ ৰানত দ্য অভেল, লণ্ডন
|
বাংলাদেশ জয়ী হয় ২১ ৰানত দ্য অভেল, লণ্ডন
|
|
আৰু
|
ভাৰত২৩০/৪ (৪৭.৩ অভাৰ)
|
|
|
|
নিউজিলেণ্ড জয়ী হয় ২ উইকেটত দ্য অভেল, লণ্ডন
|
ভাৰত ৩৫২/৫ (৫০ অভাৰ)
|
আৰু
|
|
|
|
|
ভাৰত জয়ী হয় ৩৬ ৰানত দ্য অভেল, লণ্ডন
|
অষ্ট্ৰেলিয়া জয়ী হয় ৮৭ ৰানত দ্য অভেল, লণ্ডন
|
ভাৰত ৩৩৬/৫ (৫০ অভাৰ)
|
আৰু
|
|
|
|
|
ভাৰত ২২৪/৮ (৫০ অভাৰ)
|
আৰু
|
|
|
|
|
পাকিস্তান জয়ী হয় ৪৯ ৰানত Lord's, লণ্ডন
|
অষ্ট্ৰেলিয়া জয়ী হয় ৬৪ ৰানত Lord's, লণ্ডন
|
ভাৰত ২৬৮/৭ (৫০ অভাৰ)
|
আৰু
|
|
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৮৬ ৰানত Lord's, লণ্ডন
|
- Note: The total points at the end of each group match are listed.
- Note: Click on the points (group matches) or W/L (Playoffs) to see the match summary.
|
|
---|
| | | দলসমূহ | |
---|
| কোৱালিফায়িং | |
---|
| পৰ্যায় | |
---|
| ক্ৰীড়াংগন | |
---|
| তথ্য | |
---|
|