বিষ্ণুপুৰ জিলা | |
---|---|
![]() মণিপুৰত বিষ্ণুপুৰৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | মণিপুৰ |
সদৰ | বিষ্ণুপুৰ |
মহকুমা | বিষ্ণুপুৰ, নামব’ল, মইৰাং |
চৰকাৰ | |
• লোকসভা সমষ্টি | ইনাৰ মণিপুৰ |
কালি | |
• মুঠ |
496 km2 (192 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ |
2,40,363 |
• ঘনত্ব | 480/km2 (1,300/sq mi) |
বিষ্ণুপুৰ জিলা (Pron:/ˌbɪʃnʊˈpʊə/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা। এই জিলাখনৰ নাম লামাংডং (Lamangdong) নামৰ ঠাইত থকা বিষ্ণু মন্দিৰটোৰ বাবে বিষ্ণুপুৰ হয়।
বিষ্ণুপুৰ টাউন জিলাখনৰ মূল সদৰ ঠাই। এই জিলাৰ উল্লেখযোগ্য নগৰবোৰ হৈছে Nambol, Moirang, Ningthoukhong আৰু Kumbi আৰু গাওঁসমূহ হৈছে Nachou, Ngaikhong Khullen, Toubul, আৰু Khoijuman Khullen।
২০১১ চনৰ লোকপিয়ল অনুসৰি বিষ্ণুপুৰৰ মুঠ জনসংখ্যা হৈছে ২৪০,৩৬৩ জন।[1] ভাৰতত মুঠ ৬৪০জন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৫৮৩।[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৮৩ জন।[1] ২০০১-২০১১ দশকত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ১৫.৩৬% [1] বিষ্ণুপুৰৰ সাক্ষৰতাৰ হাৰ ৭৬.৩৫%।[1]
বিষ্ণুপুৰৰ মূল ভাষা মেইটেইল’ন (Meiteilon)। অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে বিষ্ণুপুৰীয়া মণিপুৰী আৰু চাইন’-তীব্বেতীয় মূলৰ আইম’ল (Aimol)[2]। চাইন’-তীব্বেতীয় মূলৰ অন্যান্য প্ৰচলিত ভাষাসমূহ হৈছে:
১৯৭৭ চনত বিষ্ণুপুৰৰ 40 বৰ্গ কি.মি. (15.4 বৰ্গ মাইল) জোৰা অঞ্চলটোক কেইবুল লাঞ্জাও ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়।[3]
জিলাখন তিনিটা মহকুমাৰে গঠিত:
![]() |
সেনাপতি জিলা | পশ্চিম ইম্ফল জিলা | ![]() | |
চুড়াচান্দপুৰ জিলা | ![]() |
থৌবাল জিলা | ||
![]() ![]() | ||||
![]() | ||||
চুড়াচান্দপুৰ জিলা |
|