![]() | |
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | bpy.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,০৮৮ টা প্ৰবন্ধ আছে।
২০২৫ চনত বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়াৰ ২৫,০৮৮ টা প্ৰবন্ধ, ২৭,০০০ গৰাকী সম্পাদক, ২ গৰাকী প্ৰশাসক আৰু ৩৫ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,৯৪,৬৩৯।[1]
বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া
|