বীৰবল চাহনী | |
---|---|
জন্ম | ১৮৯১ চনৰ ১৪ নৱেম্বৰ পাকিস্তানৰ ডেৰা ইছমাইনখাঁ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ডক্টৰেট ডিগ্ৰী |
বীৰবল চাহনী(ইংৰাজী: Birbal Sahni) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানী।
১৮৯১ চনৰ ১৪ নৱেম্বৰত বৰ্তমান পাকিস্তানৰ অন্তগৰ্ত ডেৰা ইছমাইল খাঁ ৰ তেৰা নামৰ এখন সৰু চহৰত বীৰবল চাহনীৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম ৰুচিয়াম চাহনী আৰু মাকৰ নাম ইশ্বৰী দেবী।[1]
তেওঁ খোখৰাকোট নামৰ টিলাৰ ওপৰত খনন কাৰ্য চলাই ভূ পৃষ্ঠত মাটিৰ তলৰ পৰা মুদ্ৰা বনোৱা কিছুমান সাচ উদঘাটন কৰে । চাহনীৰ অশেষ যত্নৰ ফলত স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে ইং ১৯৪৯ চনৰ ৩ এপ্ৰিল তাৰিখে লক্ষ্ণৌ ৫৩ নং বিশ্ববিদ্যালয় পথত এই উদ্ভিদ বিজ্ঞানীৰ সংস্থাৰ আধাৰশিলা স্থাপন কৰে[4]
১৯৪৯ চনৰ ১০ তাৰিখে মাজনিশা কৰ্মযোগী বিজ্ঞানী চাহনীৰ মৃত্যু হয়।[5]