![]() | |||||||||||||||||||||||||
২০১২ চনত বীৰেন্দ্ৰ সেহৱাগ | |||||||||||||||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
সম্পূৰ্ণ নাম | বীৰেন্দ্ৰ সেহৱাগ | ||||||||||||||||||||||||
জন্ম | ২০ অক্টোবৰ, ১৯৭৮ (৪৬ বছৰ) নাজাফগড়, দিল্লী, ভাৰত | ||||||||||||||||||||||||
উপনাম | বীৰু, নবাব অফ নাজাফগড়, চুলতান অফ মুলতান | ||||||||||||||||||||||||
উচ্চতা | 5 ফুট 8 ইঞ্চি (1.7 মিটাৰ) | ||||||||||||||||||||||||
বেটিং শৈলী | সোঁহতীয়া | ||||||||||||||||||||||||
বলিং শৈলী | সোঁহতীয়া | ||||||||||||||||||||||||
ভূমিকা | অপেনিং বেটচমেন | ||||||||||||||||||||||||
আন্তঃৰাষ্ট্ৰীয় তথ্য | |||||||||||||||||||||||||
জাতীয় দল | ভাৰত | ||||||||||||||||||||||||
টেষ্ট অভিষেক (কেপ ২৩৯) | ৩ নৱেম্বৰ ২০০১ বনাম দক্ষিণ আফ্ৰিকা | ||||||||||||||||||||||||
অন্তিম টেষ্ট | ২ খন মেচ ২০১৩ বনাম Australia | ||||||||||||||||||||||||
অ'ডিআই অভিষেক (কেপ ১২৩) | ১ এপ্ৰিল ১৯৯৯ বনাম পাকিস্তান | ||||||||||||||||||||||||
অন্তিম অ'ডিআই | ৩ জানুৱাৰী ২০১৩ v পাকিস্তান | ||||||||||||||||||||||||
অ'ডিআই চোলা নং. | ৪৪ | ||||||||||||||||||||||||
টি২০ অভিষেক (কেপ ৯) | ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা | ||||||||||||||||||||||||
অন্তিম আন্তৰ্জাতিক টি২০ | ২ অক্টোবৰ ২০১২ বনাম দক্ষিণ আফ্ৰিকা | ||||||||||||||||||||||||
ঘৰুৱা দলৰ তথ্য | |||||||||||||||||||||||||
বছৰ | দল | ||||||||||||||||||||||||
1997–2014 | দিল্লী | ||||||||||||||||||||||||
২০১৫ | হাৰিয়ানা | ||||||||||||||||||||||||
২০০৩ | Leicestershire | ||||||||||||||||||||||||
২০০৮–২০১৩ | Delhi Daredevils | ||||||||||||||||||||||||
২০১৪ | Rest of the World XI | ||||||||||||||||||||||||
২০১৪ | Marylebone Cricket Club | ||||||||||||||||||||||||
২০১৪–২০১৫ | Kings XI Punjab | ||||||||||||||||||||||||
২০১৫ | Sachin's Blasters | ||||||||||||||||||||||||
২০১৭ | Maratha Arabians | ||||||||||||||||||||||||
২০১৮ | Diamonds XI | ||||||||||||||||||||||||
২০২০-২০২১ | India Legends | ||||||||||||||||||||||||
কেৰিয়াৰ পৰিসংখ্যা | |||||||||||||||||||||||||
প্ৰতিযোগিতা | টেষ্ট | এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ | FC | LA | |||||||||||||||||||||
মুঠ খেল | ১০৪ | ২৫১ | ১৯৪ | ৩৩২ | |||||||||||||||||||||
ৰাণ | ৮,৫৮৬ | ৮,২৭৩ | ১৪,৬৮৩ | ১০,৪৫৪ | |||||||||||||||||||||
বেটিং গড় | ৪৯.৩৪ | ৩৫.০৫ | ৪৭.৩৬ | ৩৪.০৫ | |||||||||||||||||||||
শতক/অৰ্ধশতক | ২৩/৩২ | ১৫/৩৮ | ৪২/৫৫ | ১৬/৫৭ | |||||||||||||||||||||
সৰ্বোচ্চ ৰাণ | ৩১৯ | ২১৯ | ৩১৯ | ২১৯ | |||||||||||||||||||||
বল | ৩,৭৩১ | ৪,৩৯২ | ৮,৬১৪ | ৬,০০৯ | |||||||||||||||||||||
উইকেট | ৪০ | ৯৬ | ১০৫ | ১৪২ | |||||||||||||||||||||
বলিং গড় | ৪৭.৩৫ | ৪০.১৩ | ৪২.৫৭ | ৩৬.২৯ | |||||||||||||||||||||
এক ইনিংছত ৫টা উইকেট | ১ | ০ | ১ | ০ | |||||||||||||||||||||
এখন খেলত ১০টা উইকেট | ০ | ০ | ০ | ০ | |||||||||||||||||||||
শ্ৰেষ্ঠ বলিং | ৫/১০৪ | ৪/৬ | ৫/১০৪ | ৪/৬ | |||||||||||||||||||||
কেচ্চ/ষ্টাম্পিং | ৯১/– | ৯৩/– | ১৬৬/– | ১২০/– | |||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||
উৎস: https://www.espncricinfo.com/sl-tri2010/content/player/35263.html ESPNcricinfo, ৬ জানুৱাৰী ২০১৬ |
বীৰেন্দ্ৰ সেহৱাগ ( হিন্দী: वीरेन्द्र सहवाग), (জন্ম: ২০ অক্টোবৰ ১৯৭৮) ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এজন প্ৰখ্যাত খেলুৱৈ। বীৰু, নাজাফগড়ৰ নবাব আৰু আধুনিক ক্ৰিকেটৰ জেন মাষ্টাৰ নামেৰেও তেওঁ পৰিচিত।[1] [2] ১৯৯৯ চনত এদিনীয়া আন্তৰ্জাতিক মেচত তেওঁৰ অভিষেক ঘটে আৰু ২০০১ চনত ভাৰতীয় টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ২১৯ ৰানৰ ব্যক্তিগত শ্ৰেষ্ঠত্বৰে এই শাখাত অভিলেখধাৰী হিচাপে স্বীকৃতি লাভ কৰে।