বুনিয়াদ | |
---|---|
শৈলী | ছ'প অপেৰা |
লিখক | মনোহৰ শ্যাম যোশী |
পৰিচালক | ৰমেশ চিপ্পী, জ্যোতি স্বৰূপ |
অভিনয়ত | আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ |
শীৰ্ষ সংগীত | "বুনিয়াদ", অনুপ জালোটাৰ দ্বাৰা |
দেশ | ভাৰত |
ভাষা | হিন্দী |
খণ্ডৰ সংখ্যা | 105 |
প্ৰযোজনা | |
প্ৰযোজক | অমিত খান্না |
সম্পাদক | এম.এছ. সিন্ধে |
চিত্ৰগ্ৰহণকাৰী | কে.কে. মহাজন |
সম্প্ৰচাৰ | |
মূল ছেনেল | ডিডি নেশ্যনেল |
দৃশ্যৰ ফৰমেট | 480i |
প্ৰদৰ্শনৰ সময় | মে' ১৯৮৬ | – মে' ১৯৮৭
বুনিয়াদ (আক্ষৰিক অৰ্থ-ভেটি (Foundation)) হৈছে এখনি ভাৰতীয় ধাৰাবাহিক৷ ধাৰাবাহিকখনৰ পৰিচালক হৈছে ৰমেশ চিপ্পী আৰু[1]জ্যোতি স্বৰূপ৷ এই ধাৰাবাহিকখনৰ কাহিনী লিখিছিল মনোহৰ শ্যাম যোশী৷ কাহিনীটোৰ কেন্দ্ৰীয় বিষয় আছিল ১৯৪৭ চনৰ ভাৰত বিভাজন আৰু ইয়াৰ পৰিণতি৷[2] ১৯৮৬ চনত পোনপ্ৰথমবাৰৰ বাবে বুনিয়াদ ৰাষ্ট্ৰীয় চেনেলযোগে সম্প্ৰচাৰিত হৈছিল৷ ডিডি মেট্ৰো আৰু শ্বাহাৰা ওৱানত পুনৰ ইয়াৰ সম্প্ৰচাৰ হয়৷[3]কাহিনীটোৱে ৰেখাপাত কৰা কালছোৱা হৈছে ১৯১৬-১৯৭৮৷ ধাৰাবাহিকত আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ, সুধীৰ পাণ্ডে, আশা শৰ্মা, আশা সচদেৱকে ধৰি অনেক কলাকাৰে অভিনয় কৰিছিল৷