চিত্ৰখন ডাঙৰকৈ দেখাৰ বাবে চিত্ৰত ক্লিক কৰক | |||||||||
বিৱৰণ | |||||||||
---|---|---|---|---|---|---|---|---|---|
বিশেষণ | Jovian | ||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||
যুগ জে২০০০ | |||||||||
অপসূৰ | ৮১৬,৬২০,০০০ কিমি[1][2] ৫.৪৬ এইউ ৫০৭,০০০,০০০ মাইল | ||||||||
অনুসূৰ | ৭৪০,৫২০,০০০ কিমি ৪.৯৫ এইউ ৪৬০,২৮০,০০০ মাইল | ||||||||
অৰ্ধ-মুখ্য অক্ষ | ৭৭৮,৩০০,০০০ কিমি ৫.২০৩৩৬৩০১ এইউ ৪৮৩,৬৮০,০০০ মাইল | ||||||||
উৎকেন্দ্ৰতা | ০.০৪৮৩৯২৬৬ | ||||||||
পৰ্যায়কাল | ৩৯৮.৮৮ দিন | ||||||||
গড় কক্ষীয় দ্ৰুতি | ১৩.০৭ কিমি/ছে | ||||||||
নতি | ১.৩০৫৩০° (৬.০৯° সূৰ্য ৰ বিষুবৰ লগত) | ||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | ১০০.৫৫৬১৫° | ||||||||
অনুসূৰৰ উৎপত্তি | ১৪.৭৫৩৮৫° | ||||||||
উপগ্ৰহসমূহ | ৯৫ | ||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||
বিষুৱীয় ব্যাসাৰ্ধ | ৭১,৪৯২ কিমি (পৃথিৱীৰ ১১.২০৯ গুণ) | ||||||||
মেৰু ব্যাসাৰ্ধ | ৬৬,৮৫৪ কিমি (পৃথিৱীৰ ১০.৫১৭ গুণ) | ||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | ৬.১৪×১০১০ কিমি২ (পৃথিৱীৰ ১২০.৫ গুণ) | ||||||||
আয়তন | ১.৪৩১২৮×১০১৫ কিমি৩ (পৃথিৱীৰ ১৩২১.৩ গুণ) | ||||||||
ভৰ | ১.৮৯৮৬×১০২৭ কেজি (পৃথিৱীৰ ৩১৭.৮ গুণ) | ||||||||
গড় ঘনত্ব | ১.৩২৬ g/cm৩ | ||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ২৪.৭৯ মি/ছে২ (২.৩৫৮ g) | ||||||||
পলায়ন বেগ | ৫৯.৫ কিমি/ছে | ||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | ৯.৯২৫০ h[3] | ||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | ১২.৬ কিমি/ছে = ৪৫,৩০০ কিমি/ঘণ্টা | ||||||||
অক্ষীয় ঢাল | ৩.১৩° | ||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | ২৬৮.০৫° (১৭ ঘ ৫২ মি ১২ ছে) | ||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | ৬৪.৪৯° | ||||||||
প্ৰতিফলন অনুপাত | ০.৫২ | ||||||||
| |||||||||
বায়ুমণ্ডল | |||||||||
পৃষ্ঠৰ চাপ | ২০–২০০ কিলোপাস্কেকেল[4] (মেঘৰ আস্তৰ) | ||||||||
আয়তন অনুসৰি সংযুতি | ~৮৬% H2 ~১৩% হিলিয়াম ০.১% মিথেন ০.১% পানী বাষ্প ০.০২% এমনিয়া ০.০০০২% ইথেন ০.০০০১% ফছফিন <০.০০০১০% হাইড্ৰজেন ছালফাইড | ||||||||
বৃহস্পতি গ্ৰহ (ইংৰাজীত: Jupiter জুপিটৰ, আ-ধ্ব-ব: ˈdʒu:.pɪ.tə(ɹ)) সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহ পঞ্চম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতিগ্ৰহটোক বাদ দি সৌৰজগতৰ বাকী সকলো গ্ৰহৰ ভৰকে একেলগ কৰিলেও বৃহস্পতিৰ ভৰতকৈ আঢ়ৈ গুণ বেছি হ’ব। বৃহস্পতিসহ আৰু তিনিটা গ্ৰহ অৰ্থাৎ শনি, ইউৰেনাছ আৰু নেপচুনক একেলগে “গ্যাস দানৱ” বোলা হয়। এই চাৰিটাৰ অন্য এটি জনপ্ৰিয় নাম হৈছে জোভিয়ান গ্ৰহ। জোভিয়ান শব্দটি জুপিটাৰ শব্দৰ বিশেষণ ৰূপ। জুপিটাৰৰ গ্ৰীক প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয় “জিউস”। এই জিউসৰ পৰাই জেনো- মূলটি উৎপত্তি হৈছে। এই মূল শব্দৰ দ্বাৰা অন্য বহুটো জুপিটাৰ তথা বৃহস্পতি গ্ৰহ সংশ্লিষ্ট শব্দৰ সৃষ্টি হৈছে। যেনে: জেনোগ্ৰাফিক।[5] পৃথিৱীৰ পৰা চালে বৃহস্পতিৰ ২.৮ আপাত মান পোৱা যায়। এই গ্ৰহটো পৃথিৱীৰ আকাশত দৃশ্যমান তৃতীয় উজ্জ্বল জ্যোতিষ্ক। কেৱল চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ উজ্জ্বলতাৰ এই গ্ৰহটোতকৈ বেছি। অৱশ্যে কক্ষপথৰ কিছু বিন্দুত মঙ্গল গ্ৰহৰ উজ্জ্বলতা বৃহস্পতিতকৈ বেছি হয়। প্ৰাচীনকালৰ পৰাই এই গ্ৰহটো জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষীসকলৰ বাবে পৰিচিত আছিল। বিভিন্ন সংস্কৃতিৰ প্ৰচুৰ পৌৰাণিক কাহিনী আৰু ধৰ্মীয় বিশ্বাস বৃহস্পতিক কেন্দ্ৰ কৰি বৰ্তমানেও চলি আছে। ৰোমানসকলে গ্ৰহটোৰ নাম পৌৰাণিক চৰিত্ৰ জুপিটাৰৰ নামত ৰাখিছিল। জুপিটাৰ ৰোমান পুৰাণৰ প্ৰধান দেৱতা। এই নামটো “প্ৰাক-ইন্দো-ইউৰোপীয় ধৰ্মৰ” ভোকেটিভ কাঠামোৰ পৰা আহিছে যাৰ অৰ্থ আকাশৰ পিতা।[6]
বৃহষ্পতিৰ ৬৩টা উপগ্ৰহ আছে। ইয়াৰ মাজৰ ৪৭টাৰ ব্যাস ১০ কিলোমিটাৰৰো কম আৰু ১৯৭৫ চনৰ পিছত আৱিষ্কাৰ কৰা হৈছে। বৃহস্পতিৰ সবাতোকৈ ডাঙৰ চাৰিটা উপগ্ৰহ হ’ল আয়ো, ইউৰোপা, গ্যানিমেড আৰু কেলিষ্টো, এইকেইটাক একেলগে গ্যালিলিঅ’ উপগ্ৰহ বোলা হয় কিয়নো এই গ্ৰহবোৰ গেলিলিঅ’ গেলিলিয়ে আৱিষ্কাৰ কৰিছিল। বৃহস্পতিৰ উপগ্ৰহসমূহৰ তালিকা:
সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা | ||||
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান |