![]() | |
LHC পৰীক্ষাসমূহ | |
---|---|
ATLAS | A Toroidal LHC Apparatus |
CMS | Compact Muon Solenoid |
LHCb | LHC-beauty |
ALICE | A Large Ion Collider Experiment |
TOTEM | Total Cross Section, Elastic Scattering and Diffraction Dissociation |
LHCf | LHC-forward |
MoEDAL | Monopole and Exotics Detector At the LHC |
LHC preaccelerators | |
p and Pb | Linear accelerators for protons (Linac 2) and Lead (Linac 3) |
(not marked) | Proton Synchrotron Booster |
PS | Proton Synchrotron |
SPS | Super Proton Synchrotron |
![]() | |
List of current particle accelerators at CERN | |
---|---|
Linac2 | Accelerates protons |
Linac3 | Accelerates ions |
Linac4 | Accelerates negative hydrogen ions |
AD | Decelerates antiprotons |
LHC | Collide protons or lead ions |
LEIR | Accelerates lead ions |
PS | Accelerates particles |
PSB | Accelerates protons |
SPS | Accelerates protons and lead ions |
Beyond the Standard Model |
---|
![]() Simulated Large Hadron Collider CMS particle detector data depicting a Higgs boson produced by colliding protons decaying into hadron jets and electrons |
Standard Model |
Intersecting Storage Rings | CERN, 1971–1984 |
---|---|
Proton-Antiproton Collider (SPS) | CERN, 1981–1991 |
ISABELLE | BNL, cancelled in 1983 |
Tevatron | Fermilab, 1987–2011 |
Relativistic Heavy Ion Collider | BNL, 2000–present |
Superconducting Super Collider | Cancelled in 1993 |
Large Hadron Collider | CERN, 2009–present |
Future Circular Collider | Proposed |
বৃহৎ হেড্ৰ'ন সংঘৰ্ষক (ইংৰাজী: The Large Hadron Collider; চমুকৈ LHC) হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী 'কণা সংঘৰ্ষক' (Particle Collider)।[1] ১৯৯৮ৰ পৰা ২০০৮ চনৰ মাজভাগত প্ৰায় ১০,০০০ বিজ্ঞানী আৰু ১০০খন দেশৰ অভিযন্তা লগতে বহুকেইখন বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰৰ সহযোগিতাত নিউক্লীয় গৱেষণাৰ ইউৰোপিয়ান সংঘই (চাৰ্ণ) বৃহৎ হেড্ৰ'ন সংঘৰ্ষক নিৰ্মাণ কৰি উলিয়ায়।[2] ২৭ কিলোমিটাৰ পৰিধিযুক্ত আৰু ১৭৫ মিটাৰ গভীৰ এই সংঘৰ্ষকটো ছুইজাৰলেণ্ডৰ জেনেভাৰ ওচৰৰ ফ্ৰাঞ্চ-ছুইজাৰলেণ্ড সীমান্তৰ তলত অৱস্থিত। ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৩ চনৰ আগলৈ প্ৰতিবীমত ৩.৫-৪ টেৰাইলেক্ট্ৰনভল্টৰ (TeV) (মুঠ ৭-৮ TeV) শক্তি ব্যৱহাৰ কৰি ইয়াৰ প্ৰথমটো গৱেষণা আৰম্ভ কৰা হৈছিল।[3][4] তাৰ পাছত দুবছৰৰ বাবে সংঘৰ্ষকটোৰ উন্নয়ন কৰা হৈছিল। দ্বিতীয় গৱেষণা আৰম্ভ কৰিবলৈ ২০১৫ চনৰ আগছোৱাত সংঘৰ্ষকটো পুনৰ চলোৱা হয় আৰু এইবাৰ প্ৰতিবীমত ৬.৫ TeV (মুঠ ১৩ TeV) ব্যৱহাৰ কৰা হয়।[5][6][7][8]
বৃহৎ হেড্ৰ'ন সংঘৰ্ষকৰ লক্ষ্য হ'ল কণা পদাৰ্থ বিজ্ঞানৰ বিভিন্ন তত্বসমূহৰ পূৰ্ব-সূচনাসমূহ পদাৰ্থ বিজ্ঞানীসকলক পৰীক্ষা কৰিবলৈ দিয়া।[9] ইয়াৰোপৰি হিগ্ছ ব'ছ'নৰ ধৰ্মসমূহৰ জোখমাখ আৰু ছুপাৰছিমেট্ৰিক তত্বসমূহৰ দ্বাৰা পূৰ্ব-সূচনা কৰা নতুন কণাসমূহৰ সন্ধান এই সংঘৰ্ষকৰ লক্ষ্য।[10]