বৈষ্ণো দেৱী

বৈষ্ণো দেৱী
মাতৃদেৱী, পৰ্বতৰ দেৱী

Inside view of the Holy Cave, the 3 Pindis; Mahakali, Mahalakshmi and Mahasarasvati
অন্য নাম Vaishnavi, Mata Rani, Ambe, Trikuta, Sheravali, Jyotavali, Pahadavali, Durga, Mahalakshmi, Bhagavati, Jagdamba
দেৱনাগৰী वैष्णो देवी
সম্পৰ্ক মহাদেৱী, দুৰ্গা, মহাকালি, মহালক্ষ্মী, মহাসৰস্বতী,
নিবাস বৈষ্ণো দেৱী মন্দিৰ, কটৰা, জম্মু আৰু কাশ্মীৰ
আসন/বাহন Lion

বৈষ্ণো দেৱী (ইংৰাজী: Vaishno Devi) কিছু বিশ্বাস মতে হিন্দু মাতৃ দেৱী দুৰ্গাৰ ৰূপ আৰু আন কিছু বিশ্বাসত তেওঁ লক্ষ্মী দেৱীৰ ৰূপ। তেওঁক মাতা ৰাণী, ত্ৰিকুতা, অম্বে আৰু বৈষ্ণৱী বুলিও জনা যায়। বৈষ্ণো দেৱীক মহাকালি, মহালক্ষ্মী আৰু মহাসৰস্বতী দেৱীৰ সংযুক্ত অৱতাৰ হিচাপে পূজা কৰা হয়।[1][2][3]

কিংবদন্তী

[সম্পাদনা কৰক]

অধ্যাপক তথা লেখক মনোহৰ সাজনানীয়ে কৈছে, হিন্দু বিশ্বাস অনুসৰি বৈষ্ণো দেৱীৰ আদি বাসস্থান আছিল অৰ্ধ কুঁৱৰী, যি কটৰা চহৰ আৰু গুহাৰ মাজৰ বাটত থকা অৱস্থিত। শিশুৱে ৯ মাহ মাকৰ গৰ্ভত যেনেকৈ স্থিত হয়, ঠিক তেনেকৈয়ে তেওঁ গুহাটোত ৯ মাহ ধ্যান কৰিছিল।[4] কোৱা হয় যে ভৈৰৱ নাথে বৈষ্ণো দেৱীক কৰায়ত্ব কৰিবলৈ পিছে পিছে দৌৰিছিল। দেৱীয়ে পাহাৰৰ এটা গুহাৰ ওচৰ পালে, তেওঁ হনুমানক মাতি আনি ক'লে, "মই এই গুহাত ন মাহ তপস্যা কৰিম, তেতিয়ালৈকে ভৈৰৱ নাথক গুহাত প্ৰৱেশ কৰিবলৈ নিদিবা।" হনুমানে মাতৃৰ আদেশ পালন কৰে। ভৈৰৱনাথক হনুমানে গুহাৰ ভিতৰত প্ৰবেশ কৰিব দিয়া নাছিল আৰু আজি এই পবিত্ৰ গুহাটোক 'অৰ্ধ কুঁৱৰী' নামেৰে জনা যায়।[5]

লগতে চাওক

[সম্পাদনা কৰক]
  1. Allard, Syama (2022-09-30). "All about Vaishno Devi: the goddess of Jammu's cave shrine" (en-US ভাষাত). Hindu American Foundation. https://www.hinduamerican.org/blog/all-about-vaishno-devi-the-goddess-of-jammus-cave-shrine। আহৰণ কৰা হৈছে: 2024-11-22. 
  2. Gulia, Kuldip Singh, ed (2007). Mountains of the God: spiritual ecology of Himalaya region. Himalaya past and present series. প্ৰকাশক Delhi: Isha Books. ISBN 978-81-8205-420-2. 
  3. "Discovery | Shri Mata Vaishno Devi Shrine Board". www.maavaishnodevi.org. https://www.maavaishnodevi.org/blog/discovery। আহৰণ কৰা হৈছে: 2024-11-22. 
  4. Manohar Sajnani (2001). Encyclopaedia of Tourism Resources in India, Volume 1. Gyan Publishing House. পৃষ্ঠা. 158. ISBN 9788178350172. https://books.google.com/books?id=vdMNBxOsvrUC. 
  5. Virodai, Yashodhara (5 October 2017). "Story of Mata Vaishnodevi" (Hindi ভাষাত). Newstrend Network Communication Pvt Ltdnewstrend.news. https://www.newstrend.news/74146/mythological-story-of-vaishno-devi-and-supernatural-power-of-temle/। আহৰণ কৰা হৈছে: 5 June 2021. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

বৈষ্ণো দেৱী ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

সাঁচ:Hindu Temples in Jammu and Kashmir