ব্লগাৰ | |
---|---|
ইউ আৰ এল | www |
বাণিজ্যক | প্ৰচলিত |
প্ৰকাৰ | ব্লগ হোষ্ট |
পঞ্জীয়ন | বিনামূলীয়া, বিকল্প |
স্বত্বাধিকাৰী | গুগল |
মুকলি | ২৩ আগষ্ট ১৯৯৯[1] |
এলেক্সা স্থান | সাঁচ:Alexa[2] |
বৰ্তমান স্থিতি | সক্ৰিয় |
ব্লগাৰ (ইংৰাজী: Blogger; পূৰ্বৰ নাম: ব্লগস্পট; Blogspot) হৈছে এক ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এখন তথ্যপূৰ্ণ বা আলোচনামূলক মুক্ত মঞ্চ। WordPress, Tumblr, Gator, Medium, Ghost, Wix, Squarespace আদিৰ দৰে ব্লগাৰো এক আলোচনামূলক মুক্ত মঞ্চ। ইয়াক প্ৰথমে ১৯৯৯ চনত প্ৰকাশ কৰে প্যৰা লাবছে (Pyra Labs)। এই ব্লগাৰত দুই ধৰণে তথ্যবোৰ (ইউনিকোডত) প্ৰকাশ কৰিব পাৰি (ক) প'ষ্ট (Post) আকাৰে নাইবা (খ) পৃষ্ঠা (Page) আকাৰে। ব্লগাৰত সন্নিৱিষ্ট ডাকবোৰ সাধাৰণতে ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত ডাকবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত থাকে আৰু সহজে পঢ়িব পাৰে।