ভাৰতীয় জনতা যুৱ মৰ্চা (ইংৰাজী: Bharatiya Janata Yuva Morcha)ভাৰতৰ অন্যতম প্ৰধান ৰাজনৈতিক দলৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ শাখা আৰু পূৰ্বতে ভংগ হোৱা জনতা পাৰ্টিৰ যুৱ শাখা ( ১৯৭৮-১৯৮০ চন)। ১৯৭৮ চনত প্ৰতিষ্ঠিত এই দলৰ প্ৰথম ৰাষ্ট্ৰীয় সভাপতি আছিল কলৰাজ মিশ্ৰ। এই মৰ্চা বিশ্বৰ সৰ্ববৃহৎ যুৱ সংগঠন।[1]
তেজস্বী সূৰ্য্য ২০২০ চনৰ পৰা বৰ্তমানলৈকে যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু যুৱ মৰ্চাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া সভাপতি।[2] কলৰাজ মিশ্ৰ, প্ৰমোদ মহাজন, ৰাজনাথ সিং, জি কিষাণ ৰেড্ডী, জগত প্ৰকাশ নাড্ডা, উমা ভাৰতী, শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধান, অনুৰাগ ঠাকুৰ আৰু পুনম মহাজন আদি বিশিষ্ট নেতাই বিগত সময়ছোৱাত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[3]
# | Portrait | Name | Tenure | At Age of | |
---|---|---|---|---|---|
১ | কলৰাজ মিশ্ৰ | ১৯৭৮ | ১৯৮০ | ৩৭ | |
২ | সত্য দেৱ সিং | ১৯৮০ | ১৯৮৬ | ৩৫ | |
৩ | প্ৰমোদ মহাজন | ১৯৮৬ | ১৯৮৮ | ৩৭ | |
৪ | ৰাজনাথ সিং | ১৯৮৮ | ১৯৯০ | ৩৭ | |
৫ | জগত প্ৰকাশ নাড্ডা | ১৯৯০ | ১৯৯৪ | ৩০ | |
৬ | উমা ভাৰতী | ১৯৯৪ | ১৯৯৭ | 35 | |
৭ | ৰামাশীষ ৰায় | ১৯৯৭ | ২০০০ | ||
৮ | শিৱৰাজ সিং চৌহান | ২০০০ | ২০০২ | ৪১ | |
৯ | জি কিশান ৰেদ্দী | ২০০২ | ২০০৫ | ৪২ | |
১০ | ধৰ্মেন্দ্ৰ প্ৰধান | ২০০৫ | ২০০৭ | ৩৬ | |
১১ | অমিত থাকেৰ | ২০০৭ | ২০১০ | ||
১২ | অনুৰাগ ঠাকুৰ | ২০১০ | ২০১৬ | ৩৬ | |
১৩ | পুনম মহাজন | 2০১৬ | ২০২০ | ৩৬ | |
১৪ | তেজশ্বী সূৰ্য | ২০২০ | বৰ্তমানলৈকে | ৩০ |
|