ভাৰতৰ কমিউনিষ্ট পাৰ্টি

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (ইংৰাজী: Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম।[1] ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।[2][3][4]

বিশিষ্ট নেতৃত্ব

[সম্পাদনা কৰক]
নাম জন্ম- মৃত্যু ভূমিকা / পৰিচয়
বিষ্ণু চট্টোপাধ্যায় এপ্ৰিল, ১৯১০ – ১১ এপ্ৰিল, ১৯৭১ জমিদাৰতন্ত্ৰ বিৰোধী কৃষক আন্দোলনৰ ঐতিহাসিক নেতা আৰু সাম্যবাদী ৰাজনীতিবিদ
ভূপেশ গুপ্ত ২০ অক্টোবৰ, ১৯১৪ – ৬ আগষ্ট, ১৯৮১ কমিউনিষ্ট আন্দোলনৰ অন্যতম নেতা
অজয় ঘোষ উল্লেখ নাই ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু তাত্ত্বিক নেতা
সোমনাথ লাহিড়ী ১ ছেপ্টেম্বৰ, ১৯০৯ – ১৯ অক্টোবৰ, ১৯৮৪ প্ৰখ্যাত কমিউনিষ্ট নেতা, সুলেখক আৰু সংবিধান ৰচয়িতা গণপৰিষদৰ একমাত্ৰ সাম্যবাদী সদস্য
ভৱানী সেন উল্লেখ নাই ৰাজ্যিক সম্পাদক, পলিটব্যুৰ সদস্য আৰু খ্যাতনামা বামপন্থী বুদ্ধিজীৱী
অৰ্ধেন্দুভূষণ বৰ্ধন ২৪ ছেপ্টেম্বৰ, ১৯২৪ – উল্লেখ নাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (CPI) প্ৰাক্তন সাধাৰণ সম্পাদক

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]