ভাৰতৰ হ্ৰদসমূহৰ তালিকা হৈছে ভাৰতৰ উল্লেখনীয় হ্ৰদসমূহৰ নামৰ এখন তালিকা।[1]
- দুৰ্গম চেৰুভু
- ক’ল্লেৰু হ্ৰদ
- পুলিকট হ্ৰদ
- হুছেইন সাগৰ
- ওচমান সাগৰ
- হিমায়ত সাগৰ
- সমীৰপেট হ্ৰদ
- মিৰ আলম হ্ৰদ
- শফীলগুডা হ্ৰদ
- দুৰ্গম চেৰুভু (গোপন হ্ৰদ)
- সৰোৰনগৰ হ্ৰদ
- আৱল হ্ৰদ
- গয়াকৰ চিঁয়ী বা গংগা হ্ৰদ
- চেলা হ্ৰদ
- হমিৰচৰ হ্ৰদ
- কংকৰিয়া
- নল সৰোবৰ
- নল সৰোবৰ পক্ষী উদ্যান
- নাৰায়ণ সৰোবৰ
- নাৰায়ণ সৰোবৰ অভয়াৰণ্য
- চৰদাৰ সৰোবৰ বান্ধ
- থল হ্ৰদ
- বস্ত্ৰপুৰ হ্ৰদ
- ভৃগু হ্ৰদ
- ডাল হ্ৰদ
- দশেৰ আৰু ধনকৰ হ্ৰদ
- ঘধাসৰু আৰু মহাকালী হ্ৰদ
- কাৰেৰী আৰু কুমাৰৱাহ হ্ৰদ
- খজ্জেইৰ হ্ৰদ
- লামা ডাল আৰু চন্দেৰ নৌন হ্ৰদ
- মচ্চিয়াল হ্ৰদ
- মহাৰাণা প্ৰতাপ সাগৰ
- মণিমহেশ হ্ৰদ
- নাক’ হ্ৰদ
- পাণ্ড’হ হ্ৰদ
- পৰাশৰ হ্ৰদ
- ৰেণুকা হ্ৰদ
- ৰেৱালচৰ হ্ৰদ
- শেৰুৱালচৰ আৰু মনিমহেশ হ্ৰদ
- সুৰজ তাল
- সূৰ্য্য তাল
- চন্দ্ৰ তাল
- বদখল হ্ৰদ
- ব্ৰহ্মা সৰোবৰ
- কৰ্ণ হ্ৰদ
- সন্নিহীত সৰোবৰ
- সুৰজকুণ্ড
- তিলয়াৰ হ্ৰদ
- ব্লু বাৰ্ড হ্ৰদ
- ডাল হ্ৰদ
- পাংগং চ’
- চ’ মৰিৰি
- ওলৱাৰ হ্ৰদ
- মনসবল হ্ৰদ
- মানসৰ হ্ৰদ
- চেঁচাং হ্ৰদ
- বেলান্দুৰ হ্ৰদ
- ওলচুৰ হ্ৰদ
- চেংকে হ্ৰদ
- হেব্বেল হ্ৰদ
- শান্তি সাগৰ
- ডালভাই হ্ৰদ
- দেৱনুৰ হ্ৰদ
- কৰ্ণাজ হ্ৰদ
- কুক্কৰাহাল্লি হ্ৰদ
- লিংগামবুধি হ্ৰদ
- মানাক’ড়ী কায়াল
- অস্থমুডি হ্ৰদ
- কুত্তানাদ হ্ৰদ
- মানানচিৰা
- পৰৱুৰ কয়াল
- পুন্নামাড়া হ্ৰদ
- শস্থামক’ত্তা হ্ৰদ
- ৱেল্লায়নী হ্ৰদ
- ৱেম্বানাদ হ্ৰদ
- আপাৰ লেক (ভুপাল)
- ভোজ জলাহভূমি
- ল’ৱাৰ লেক (ভুপাল)
- টাৱা ৰিজাৰভাৰ
- গুৰেৱাড়া হ্ৰদ
- খিণ্ডচি হ্ৰদ
- ল’ণাৰ হ্ৰদ
- পাশাণ
- প’ৱাই হ্ৰদ
- ৰণকেলা হ্ৰদ
- চেলিম আলি হ্ৰদ
- শিৱসাগৰ হ্ৰদ
- টালাও পালি
- ঊপৱন হ্ৰদ
- ৱেন্না হ্ৰদ
- মেহৰুণ হ্ৰদ
- ল’কটক হ্ৰদ, এই হ্ৰদ ইয়াৰ উপঙা দ্বীপবোৰৰ বাবে বিখ্যাত।
- অংশুপা হ্ৰদ
- চিল্কা হ্ৰদ
- কাণজিয়া হ্ৰদ
- কাঁজলি জলাহভূমি
- হাৰিকে জলাহভূমি
- ৰ’পাৰ জলাহভূমি
- ঢেবাৰ হ্ৰদ
- কল্যাণ হ্ৰদ
- লোণকৰ্ণসৰ
- নাক্কি হ্ৰদ
- পাচপড়া হ্ৰদ
- পুষ্কৰ হ্ৰদ
- আনা সাগৰ হ্ৰদ
- ফয় সাগৰ হ্ৰদ
- ৰাজসমাণ্ড হ্ৰদ
- সম্বৰ লুণীয়া হ্ৰদ
- ৰামগড় হ্ৰদ
- বালসমাণ্ড হ্ৰদ
- ঊম্মীড সাগৰ বান্ধ
- কল্যাণা হ্ৰদ
- আলৱৰ
- জয়সমাণ্ড হ্ৰদ
- সাগৰ
- টলৱাৰ হ্ৰদ
- জল মহল, মন সাগৰ হ্ৰদ
- সলুসাগৰ হ্ৰদ
- দুধ টলাই হ্ৰদ
- ফটেহ সাগৰ হ্ৰদ
- পিচলা হ্ৰদ
- ৰংসাগৰ হ্ৰদ
- স্বৰূপ সাগৰ হ্ৰদ
- ঊদয় সাগৰ হ্ৰদ
- জয়সমণ্ড হ্ৰদ
- নন্দেশ্বৰ হ্ৰদ
- গুৰুডংমাৰ হ্ৰদ
- কেচ্চাপালৰি হ্ৰদ
- চংম’ হ্ৰদ
- বেৰিজাম হ্ৰদ
- চেম্বাৰামবক্কম হ্ৰদ
- কালিৱেলি হ্ৰদ
- ক’ডাইকানাল হ্ৰদ
- ওটি হ্ৰদ
- ৰেড হিলচ হ্ৰদ
- চিংগানাল্লুৰ হ্ৰদ
- চ’লাভৰম হ্ৰদ
- ৱীৰানাম হ্ৰদ
- ৰামগড় তাল হ্ৰদ
- কীথম হ্ৰদ
- বেলাসাগৰ হ্ৰদ
- বৰুৱা সাগৰ হ্ৰদ
- অমাখীৰা হ্ৰদ
- ভৰী তাল
- নাচন তাল
- শেইখা ঝীল
- ৰূপকুণ্ড বা কংকাল হ্ৰদ, হ্ৰদৰ পাৰৰ ছশ কংকালৰ বাবে বিখ্যাত।
- ভীমতাল হ্ৰদ
- ড’দীতাল হ্ৰদ
- নৈনিতাল হ্ৰদ
- নাউকুচিতাল হ্ৰদ
- সাত তাল
- দেবাৰ হ্ৰদ
- মিৰিক হ্ৰদ
- ৰবীন্দ্ৰ সৰোবৰ
- ৰচিক বিল
- সেনচাল হ্ৰদ
- জুৰ পুখৰি
- পূৱ কলকাতা জলাহভূমি
- চান্তাগাচ্চি হ্ৰদ
- দীপৰ বিল হ্ৰদ
- হড়িকে হ্ৰদ
- জলমহল হ্ৰদ
- কড়িনামকুলম হ্ৰদ
- কবাৰ হ্ৰদ
- মল্লিতাল হ্ৰদ
- নগিনা হ্ৰদ
- ম’কামা তাল
- নাংগল তাল
- সম্ভু তাল
- শুক্ন হ্ৰদ
- চ’কাৰ হ্ৰদ